• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

8 months ago
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

2 hours ago
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

5 hours ago
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

6 hours ago
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

7 hours ago
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

8 hours ago
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

9 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 days ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

2 days ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

2 days ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

2 days ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

editor by editor
March 13, 2025
in Uncategorized
0
মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঢ়ৈ বছৰৰ পাছত নিজৰ ঘৰ সলনি সলনি কৰিছে শনিয়ে৷ আগন্তুক ২৯ মাৰ্চৰ নিশা ১০ বাজি ৭ মিনিটত কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰিব কৰ্মফলদাতা শনিয়ে৷ মীন ৰাশিত শত্ৰু গ্ৰহ সূৰ্যৰ সৈতে যুঁটি গঠন কৰিব এই গ্ৰহই৷ সম্পৰ্কত পিতা পুত্ৰ হলেও শনি আৰু সূৰ্য পৰস্পৰৰ শত্ৰু গ্ৰহ৷ সূৰ্য আৰু শনিৰ অশুভ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক শনিৰ গোচৰৰ ফলত অত্যন্ত বেয়া দিন আহিব কোন কোন ৰাশিৰ জাতকৰ জীৱনত? কেৰিয়াৰৰ পৰা ব্যক্তিগত জীৱন, নানান বিপদ আহিব এই ৫ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

মেষ ৰাশিৰ দ্বাদশ ঘৰত গোচৰ কৰিব শনিয়ে৷ ইয়াৰ ফলত শনিৰ চাৰেসাতি দশা আৰম্ভ হব মেষ ৰাশিত৷ এই সময়ত প্ৰচুৰ খৰচ বাঢ়িব আপোনাৰ৷ শৰীৰো খুব এটা ভালে নাথাকিব৷ চকুৰ সমস্যাত ভূগিব পাৰে৷ ভৰিৰ বিষ আদিও হব পাৰে৷ দিন বেয়া চলিলেও এই সময়ত বিদেশ যাত্ৰাৰো যোগ আছে৷ প্ৰতি শনিবাৰে বজৰং বান পাঠ কৰক মেষ ৰাশিৰ জাতকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অষ্টম ঘৰত গোচৰ কৰিব শনিয়ে৷ এই সময়ত আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিয়া উচিত৷ আইনী জটিলতাত সোমাই পৰিব পাৰে৷ অতিৰিক্ত খৰচৰ বাট মুকলি হব পাৰে সিংহ ৰাশিৰ জাতকৰ৷ অফিচতো কিছু খামখেয়ালী হব পাৰে৷ সাংসৰিক জীৱনত সমস্যা বাঢ়িব৷ প্ৰতি শনিবাৰে মহাৰাজ দশৰথ ৰচিত নীল শনি স্তোত্ৰ জপ কৰক৷

ধনু ৰাশি

শনিৰ গোচৰৰ সৈতে ধনু ৰাশিত আৰম্ভ হব শনিৰ ধাইয়া দশা৷ ধনু ৰাশিত চতুৰ্থ ঘৰত গোচৰ কৰিব শনিয়ে৷ এই সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত দূৰত্ব আহিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰিব পাৰে৷ মাতৃৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিব আপুনি৷ স্বাস্থ্য ভালে নাথাকিব পাৰে৷ বুকুত সংক্ৰমণ হব পাৰে৷ প্ৰতি শনিবাৰে কলা তিল দান কৰক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব শনিয়ে৷ জীৱনসংগীৰ শৰীৰ বেয়া হোৱাৰ ফলত আপোনাৰ মনত দুঃচিন্তা বাঢ়িব৷ পিতৃ মাতৃৰ শৰীৰ ভালে নাথাকিব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্কৰ অবনতি হব৷ নানান সাংসৰিক অশান্তিত ভূগিব পাৰে মকৰ ৰাশিৰ জাতক৷ প্ৰতি শনিবাৰে শনি চালিছা জপ কৰক৷

মীন ৰাশি

শনিৰ গোচৰৰ তীব্ৰ প্ৰভাৱ লক্ষ্য কৰা যায় মীন ৰাশিৰ জাতকৰ ওপৰত৷ মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ শৰীৰ আৰু স্বাস্থ্যক লৈ এই সময়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হব পাৰে৷ ব্যৱসায়ৰ বাবে এই সময় ভাল৷ দীৰ্ঘ ম্যাদি ব্যৱসায়িক পৰিকল্পনাত সাফল্য পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
Uncategorized

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

October 14, 2025
ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত
Uncategorized

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

September 25, 2025
ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?
Uncategorized

ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেতিয়া অসমলৈ অনা হ’ল হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ?

September 19, 2025
নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা
Uncategorized

নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা

July 23, 2025
Next Post
বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.