• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড

ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড

1 year ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

35 minutes ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

58 minutes ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

13 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

14 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

15 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

15 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

15 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

17 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

18 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড

editor by editor
March 14, 2025
in বিবিধ, বিশ্ব
0
ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড

হঠাতে আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত অগ্নিকাণ্ড। বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে বিমানখন জ্বলি উঠিবলৈ ধৰে। বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

ততাতৈয়াকৈ সকলো যাত্ৰীকে বিমানখনৰ পৰা নমাই দিয়া হয়। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ডেনভাৰ বিমানবন্দৰৰ গেট নম্বৰ চি৩৮ত ৰখাই থোৱা আমেৰিকান এয়াৰলাইন্সৰ বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ আৰম্ভ কৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৬:১৫ বজাত এই ঘটনা সংঘটিত হয়। ঘটনাৰ সময়ত বিমানখনত ১৭২ জন যাত্ৰী আছিল। ইয়াৰ উপৰিও বিমানখনত ৬ জন ক্ৰু মেম্বাৰো আছিল।

বিমানখন মাত্ৰ এয়াৰপৰ্টত অৱতৰণ কৰিছিল আৰু পাৰ্কিং লটত ৰখাই দিয়াৰ লগে লগে বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ ধৰে। ধোঁৱা ইমানেই ভয়ংকৰ আছিল যে ইয়াক দেখি বিমানখনত বহি থকা যাত্ৰীসকলৰ মাজতে নহয়, বিমানবন্দৰত উপস্থিত থকা লোকসকলৰ মাজতো আতংকৰ সৃষ্টি হৈছিল।

তথ্য পোৱাৰ লগে লগে আটাইকেইজন যাত্ৰীক বিমানখনৰ পৰা নমাই নিৰাপদে টাৰ্মিনেললৈ লৈ যোৱা হয়। বিমানখনত উপস্থিত থকা সকলো ক্ৰুৱে ততাতৈয়াকৈ মানুহখিনিক উলিয়াই অনাত সহায় কৰে। এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। বিমানখনৰ অগ্নিকাণ্ডও নিয়ন্ত্ৰণ কৰা হৈছে। কিন্তু এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American Air LinefireFire in Flight
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
Next Post
আজিৰ কিমান সময়ত চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব, এই সময়ত কি কৰা উচিত আৰু কি কৰা অনুচিত

আজিৰ কিমান সময়ত চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব, এই সময়ত কি কৰা উচিত আৰু কি কৰা অনুচিত

আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.