• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

12 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

editor by editor
March 14, 2025
in জীৱনশৈলী
0
এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত ষ্টাৰলিংকৰ উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট পৰিসেৱা আৰম্ভ কৰাৰ বাবে ইলন মাস্কৰ স্পেছ এক্সে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ সৈতে বিশেষ চুক্তি কৰিছে৷ পৃথিৱীৰ নিম্নকক্ষত অৱস্থান কৰা উপগ্ৰহৰ মাধ্যমেৰে বিশ্বৰ সকলো প্ৰান্তীয় এলেকাতো উচ্চগতিৰ ইণ্টাৰনেট সৰবৰাহ কৰাৰ বাবে ষ্টাৰলিংকে সহায় কৰিব৷ এই সেৱা অৱশ্যে ভাৰতত পূৰ্বৰে পৰা চলি থকা টেলিকম আৰু ব্ৰডবেণ্ড নেটৱৰ্কতকৈ কিছু পৃথক৷ এই ষ্টাৰলিংক আহিলে ভাৰতীয় গ্ৰাহকে কি কি সুবিধা পাব?

ষ্টাৰলিংক প্ৰকৃততে কি?

ষ্টাৰলিংক হৈছে এটা উপগ্ৰহৰ মাধ্যমেৰে দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা প্ৰদানকাৰী নেটৱৰ্ক৷ স্পেছএক্সৰ মালিকানাধীন ষ্টাৰলিংক ছাৰ্ভিছৰ দ্বাৰা পৰিচালিত হয়৷ ষ্টাৰলিংক বিশ্বৰ প্ৰথম আৰু বৃহত্তম উপগ্ৰহসমূহৰ মাজত এটা যি পৃথিৱীৰ নিম্ন কক্ষপথ ব্যৱহাৰ কৰি ব্ৰডবেণ্ড ইণ্টাৰনেট সৰবৰাহ কৰে৷ ইয়াৰ সহায়ত ষ্ট্ৰিমিং, অনলাইন গেমিং, ভিডিঅ কল আৰু বহু কিছু কাম কৰা যায়৷

প্রথাগত টেলিকম নেটৱৰ্কৰ সৈতে ইয়াৰ পাৰ্থক্য কি?

ভাৰতত প্ৰচলিত টেলিকম নেটৱৰ্ক আৰু ব্ৰডবেণ্ড পৰিসেৱাসমূহ তিনিটা বিষয়ৰ ওপৰ নিৰ্ভৰশীল৷ অপটিকেল ফাইবাৰ কেবিল, ডিজিটেল ছাবস্ত্ৰাইবাৰ লাইন আৰু ছেলুলাৰ নেটৱৰ্ক৷ এই পৰিসেৱা চহৰ আৰু চহৰৰ কাষৰীয়া এলেকাৰ মাজতেই সীমাবদ্ধ৷ অন্যহাতে ষ্টাৰলিংক যিহেতু উপগ্ৰহৰ মাধ্যম পৰিসেৱা সেয়ে দেশৰ প্ৰান্তিয় কোণতো এই পৰিসেৱা সহজেই পঠিয়াই দিয়া সম্ভৱ৷ কোনো ছেলুলাৰ টাৱাৰ বা অপটিক ফাইবাৰৰ প্ৰয়োজন নহয়৷

ভাৰতত ষ্টাৰলিংক পৰিসেৱা পাবলৈ কিমান খৰচ কৰিব লাগিব?

বৰ্তমান বিশ্বত ১০০ খনতকৈ বেছি দেশত পৰিসেৱা আৰম্ভ কৰিছে ষ্টাৰলিংকে৷ ভাৰতৰ প্ৰতিবেশী দেশ ভূটানতো ষ্টাৰলিংকৰ পৰিসেৱা আছে৷ ভাৰতৰ বাবে ষ্টাৰলিংকে এতিয়াও কোনো প্লেন অৱশ্যে ঘোষণা কৰা নাই৷ ভূটানৰ প্লেনৰ দামৰ সৈতে তুলনা কৰি চাওক কিমান হ’ব পাৰে দাম?

ৰেছিডেন্সিয়েল লাইট প্লেন

প্ৰতি মাহে ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০০১ টকা৷ এই প্লেনত আপুনি ২৩ এম বি পি এছৰ পৰা ১০০ এম বি পি এছ পৰ্যন্ত স্পিডৰ ইণ্টাৰনেট পৰিসেৱা পাব পাৰে৷

ষ্টেণ্ডাৰ্ড ৰেচিডেন্সিয়েল প্লেন

প্ৰতি মাহে ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২০১ টকা৷ এই প্লেন ২৪ এম বি পি এছৰ পৰা ১১০ এম বি পি এছ পৰ্যন্ত স্পিডৰ ইণ্টাৰনেট পৰিসেৱা পোৱা যায়৷ এই প্লেনত অনলাইন গেমিং, ভিডিঅ’ ষ্ট্ৰিমিং, ভিডিঅ’ কল কৰাত কোনো বাধা নাই৷

যদি ষ্টাৰলিংক ভাৰতত আৰম্ভ হয় তেতিয়া সম্ভৱত দাম আৰু ইণ্টাৰনেটৰ গতি এয়াৰটেল সমৰ্থিত ৱানৱেৰ আৰু জিঅ এছ ই এছৰ দৰে অন্যান্য ছেটেলাইট ব্ৰণ্ডবেণ্ড প্ৰদানকাৰী সংস্থাৰ সৈতে প্ৰতিযোগিতামূলক হব৷ ভাৰতত বিদেশী ডিজিটেল পৰিসেৱাৰ ওপৰত ৩০শতাংশ বেছি কৰ আৰোপৰ কাৰণে ষ্টাৰলিংকৰ প্লেনসমূহ ভুটানৰ তুলনাত ভাৰতত কিছু ব্যয়বহুল হব পাৰে৷ প্ৰতিমাহে ৩৫০০-৪৫০০ টকাৰ পৰা আৰম্ভ হব পাৰে ষ্টাৰলিংকৰ প্লেন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

পাকিস্তানী বিমানৰ চকা চুৰি! ৰিয়াৰ হুইল অবিহনেই অবতৰণ বিমানৰ, তদন্তত নামিছে PIA

পাকিস্তানী বিমানৰ চকা চুৰি! ৰিয়াৰ হুইল অবিহনেই অবতৰণ বিমানৰ, তদন্তত নামিছে PIA

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.