• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

1 year ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

21 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

22 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

22 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

22 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

23 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

23 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

23 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

23 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

24 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 day ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

editor by editor
March 19, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

ভাৰতৰ সংস্কৃতি আৰু সংগীতৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায়। এই আকৰ্ষণে জাৰ্মানী যুৱতী জন্মান্ধ কাছমে (Cassmae) ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিছিল। জাৰ্মানী হৈয়ো সুন্দৰকৈ পৰিবেশন কৰিব পাৰে হিন্দী গীত।

কিন্তু কাছমেৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত কাছমেৰ নাম উল্লেখ কৰে। কাছমেৰ সম্পূৰ্ণ নাম কেছাণ্ড্ৰা মে স্পিটমেন। জাৰ্মান গায়িকা তথা গীতিকাৰ কাছমে জন্মৰে পৰা অন্ধ।

কেছাণ্ড্ৰা মে স্পিটমেনে তথা কাছমে ১২টা ভাষাত সলসলীয়াকৈ গীত গাব পাৰে। কিন্তু বিশেষকৈ ভাৰতীয় আধ্যাত্মিক সংগীতৰ সৈতে বিশেষভাৱে জড়িত কাছমে।

ভাৰতীয় সংগীতৰ প্ৰতি কাছমেৰ গভীৰ প্ৰেম, ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভজন গাই ভাল পাই কাছমে। ভাৰতীয় গীত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ভাৰতীয় সংগীতপ্ৰেমীৰ মাজতো জনপ্ৰিয় হৈ পৰিছে কাছমে।

সেই কাছমেৰ কথাই প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰি ভাৰতীয় সংগীতৰ প্ৰতি থকা কাছমেৰ প্ৰেমৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে মন কি বাতত কাছমেৰ নাম উল্লেখ কৰাক লৈ কাছমে অত্যন্ত আৱেগিক হৈ পৰিছে। কৃতজ্ঞতা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কাছমে কয় যে এয়া ‘এটা অবিশ্বাস্য মুহূৰ্ত’। ভাৰতৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি কয় যে ই তেওঁক ভাৰতীয় সংগীতক অধিক গভীৰভাৱে শিকিবলৈ অনুপ্ৰাণিত কৰে।

ভাৰতৰ প্ৰতি কাছমেৰ গভীৰ প্ৰেম কেৱল সংগীততে সীমাবদ্ধ নহয়। হিন্দী ভাষাও শিকি ভাৰতীয় পৰম্পৰাৰ বিষয়ে অধিকৰ পৰা অধিক জানিবলৈ চেষ্টা কৰিছে কাছমে।

উল্লেখ্য যে, জন্মৰে পৰা অন্ধ কাছমে জাৰ্মানীৰ ডুইছবাৰ্গৰ পৰা অহা। কাছমেই কেৱল হিন্দী ভাষাতেই নহয় মালয়ালম, তামিল, কানাড়াকে ধৰি ১২টাতকৈও অধিক ভাৰতীয় ভাষাত গায় ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CassmaeGerman singerMan Koi baatPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম

বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ'ব নে এই নিয়ম

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.