• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

2 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

38 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

editor by editor
April 9, 2025
in জীৱনশৈলী
0
এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আম ফলৰ ৰজা! কেইদিনমানৰ পাছতেই দেশজুৰি উপলব্ধ হ’ব আম৷ বৰ্তমানো বজাৰত কিছু কিছু আম উপলব্ধ৷ ১২ মহীয়া আম সকলো সময়তে বজাৰত উপলব্ধ হয় যদিও থলুৱাভাৱে ব’হাগৰ পৰাহে আম আমাৰ গাঁৱে ভূঁঞে উপলব্ধ হয়৷ সেই আমৰ বজাৰতেই এনে আম আছে যাৰ দাম শুনিলে আপোনাৰো চকু কঁপালত উঠিব৷

জাপানৰ এবিধ আমা আছে যাৰ নাম মিয়োজাকি আম৷ এই আমক সেই দেশৰ বাসিন্দাই সূৰ্যৰ কণী বুলিও আখ্যা দিয়ে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ইয়াৰ বিশেষ ধৰণৰ ৰং৷ ইয়াক দেখিবলৈ একেবাৰে ৰুবিৰ দৰে লাগে৷ ৰুবিৰ দৰে ৰঙা যদিও ঠিক ৰঙা নহয়৷ এই আম বিক্ৰি হয় ৩ লাখ টকা প্ৰতি কিঃগ্ৰাঃ দৰত৷ ফলত এই আমে বৰ্তমান বিশ্বৰ সকলোতকৈ দামী আম হিচাপে নিজৰ স্থান দখল কৰিছে৷

জাপানে ২০ শতকৰ পৰা এই আমক লৈ পৰীক্ষা কৰি আছে৷ বেছ কেইবাধৰণৰ গছৰ আমক একেলগে কৰি এই আম তৈয়াৰ কৰা হৈছে৷ এই আমৰ পুষ্টিগুণ ইমানেই বেছি যে এজন মানুহে এটা আম অকলে খাব নোৱাৰে৷ ইয়াৰ স্বাদ অন্য আমতকৈ পৃথক৷ ফলত এই আম কেইবাজনে মিলি একেলগে থাক লগা হয়৷

এই আমৰ ওজন হয় ৩৫০ৰ পৰা ৫৫০ গ্ৰাম৷ প্ৰচুৰ মিঠা হয় এই আম৷ ফলত অলপ খালেই এই আম আমূৱাই৷ এই আম কাটিলে তাৰ গোন্ধ বহুদূৰ বিয়পি পৰে৷ ইয়াৰ খেতিৰ বাবে খেতিয়কসকলে বহু পৰিশ্ৰমো কৰিব লগা হয়৷ এই আমৰ প্ৰতিজোপা গছক বিশেষ সুৰক্ষা দি ৰখা হয়৷ অন্য বহু দেশে এই আম তৈয়াৰ কৰাৰো চেষ্টা কৰিছে৷ কিন্তু এতিয়াও সেই আমৰ খেতি অন্য দেশে কৰিব পৰা নাই৷

২০২১ চনৰ বিহাৰৰ এগৰাকী খেতিয়ক সুৰেন্দ্ৰ সিঙে এই আমৰ খেতি কৰিছিল৷ তেওঁ কিছুপৰিমাণে সফলো হৈছে৷ জাপানৰ দৰে স্বাদ নাথাকিলেও কিছু পৰিমাণে তেওঁ সফল হৈছে৷ অৱশ্এযে ই আম ভাৰতৰ অন্য স্থানত অৱশ্যে কৰিব পৰা হোৱা নাই৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
Next Post
শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.