• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

2 years ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

2 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

2 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

3 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

4 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

4 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

5 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

7 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

editor by editor
April 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ সমস্ত গ্ৰহৰ বিশেষ গুৰুত্ব আছে৷ প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্রভাৱ পৰে৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হলে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব জীৱন৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনত ডাঙৰ পৰিবৰ্তন আনিব পাৰে৷

শুক্ৰ গ্ৰহে ২৮ জানুৱাৰী কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে৷ আগন্তুক ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ ইয়াৰ মাজতেই মীন ৰাশিত বিগত ২ মাৰ্চত শুক্ৰ বক্ৰী হৈছে৷ এইবাৰ আকৌ ১৩ এপ্ৰিলত মাৰ্গী হ’ব শুক্ৰ৷ কেৱল সেয়াই নহয় ৩১ মেত শুক্ৰই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ এই গতি সলনিৰ ফলত চাৰি ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব? জানি থওক সবিশেষ৷

বৃষ ৰাশি

শুক্ৰৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত বাহন, ঘৰ কিংবা সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

শুক্ৰৰ চিধা পথৰ যাত্ৰাই কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুখ আনিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে৷ যি কোনো কামতেই পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷

ধনু ৰাশি

শুক্ৰৰ মাৰ্গী দশাত ধনু ৰাশিৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ আয়ক নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচত উৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম পছন্দ কৰিব৷ সহকৰ্মীয়ে কামৰ সহযোগিতা কৰিব৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বস্তি পাব৷

মকৰ ৰাশি

শুক্ৰৰ প্রভাৱত মকৰ ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পেছাগত জীৱনত সাফল্য পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিসকলৰ উন্নতিৰ যোগ আছে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

২লাখ বিনিয়োগ কৰি সুদ পাব ১৭,৯০২ টকা, জানি থওক এই FD প্ৰকল্প

ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.