• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

1 year ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

54 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

4 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

4 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

5 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

5 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

8 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?

editor by editor
April 9, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
ৰেপো ৰেট আকৌ কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, গৃহঋণত EMI কিমান কমিব?
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনতেই দুবাৰ ৰেপো ৰেট কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ৯ এপ্ৰিল ৰেপো ৰেট ২৫ বেছিছ পয়েণ্ট কমোৱাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিয়ে৷ ইয়াৰ পছত ৰেপো ৰেট নামিছে ৬শতাংশলৈ৷ ৰেপো ৰেট হ্ৰাসৰ ফলত সাধাৰণ মানুহে স্বস্তি পাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷ ফ্লোটিং ৰেট হোম লোন যাৰ আছে তেওঁলোকেও এই সুবিধা পাব পাৰে৷

ৰেপো ৰেট কমাৰ প্ৰভাৱৰ বিষয়ে অৰ্থনৈতিক বিশেষজ্ঞই কয় যে, ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট ২৫ বেছিছ পয়েণ্ট কমাই ৬শতাংশ কৰা হৈছে৷ অৰ্থনৈতিক বৃদ্ধিৰ পথক সুগম কৰিবলৈকে এই পদক্ষেপ৷ এই পদক্ষেপৰ সুবিধা গ্ৰাহকক দিব পাৰে বেংকসমূহে৷ ইয়াক জোৰত ঋণৰ সুদৰো পৰিবৰ্তন আহিব৷ ৰেপো ৰেট কম হোৱাৰ জোৰত ফ্লোটিং হোম লোন যিসকলৰ আছে তেওঁলোকৰ ই এম আইৰ বোজা কমিব পাৰে৷ কিমান কমিব পাৰে ঋণৰ সুদ?

ধৰা হওক ২০ বছৰৰ বাবে আপুনি ঋণ লৈছিল৷ গৃহ ঋণত সুদৰ হাৰ ৯শতাংশ হ’লে সেই ব্যক্তিয়ে প্ৰতিমাহে ৪৩ হাজাৰ ৭৪৭ টকা EMI দিব লাগে৷ ২০২৫চনতেই দুবাৰ ৰেপো ৰেট কমোৱা হৈছে৷ অৰ্থাৎ দুবাৰ মিলি মুঠ ০.৫০শতাংশ সুদ কমিছে৷ অৰ্থাৎ ইয়াৰ জোৰত যি বেংকৰ পৰা হোম লোন লোৱা হৈছে সেই বেংকৰ যদি সুদৰ হাৰ কমি ৮.৫০শতাংশ হৈছে তেন্তে ব্যক্তিগৰাকীয়ে এতিয়া ই এম আই দিব লাগিব ৪১ হাজাৰ ৭৮৫ টকা৷ অৰ্থাৎ প্ৰতিমাহে আপোনাৰ ইএম আই কমিব ১ হাজাৰ ৯৬০ টকা৷ অৰ্থাৎ ২০ বছৰৰ হোম লোনত আপুনি ৪.৭০ টকা বচাব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
Next Post
স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.