• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

1 year ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

55 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

4 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

4 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

5 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

5 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

8 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?

editor by editor
April 9, 2025
in জীৱনশৈলী
0
স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিউটিৰ পৰা ঘৰলৈ উভতিছিল স্বামী৷ কিন্তু ঘৰলৈ আহিলেই দেখে যে ঘৰৰ দুৱাৰ খোলা যদিও পত্নী ঘৰত নাই৷ কিছুক্ষণ ঘৰত ৰোৱাৰ পাছত স্বামী ছাদৰ ওপৰলৈ যায়৷ ছাদৰ দুৱাৰৰ কাষত ঠিয় হৈয়েই চকু থৰ হৈ ৰৈ যায় স্বামীৰ৷ তাতেই পত্নীয়ে অন্য এগৰাকী পুৰুষৰ সৈতে ঘনিষ্ঠ মুহূৰ্ত উপভোগ কৰিছে৷ তাৰপিছতেই স্বামীৰ সৈতে ঘটিল নঘটিবলগীয়া ঘটনা৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো ঘটিছে গুৰগাওঁত৷ আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে পুৱাই এই ঘটনা ঘটিছে৷ মৌছুম নামৰ যুৱকজন পেছাত কেব চালক৷ নাইট ডিউটি কৰি পুৱা ঘৰলৈ উভতিছিল মৌছুম৷ তেতিয়াই তেওঁ পত্নীক অন্য পুৰুষৰ সৈতে যৌনতাত লিপ্ত হোৱা দেখা পায়৷

মৌছুমে জনাইছে যে ঘৰত পত্নীক নেদেখি তেওঁ ছাদলৈ উঠি গৈছিল৷ তাতেই প্ৰেমিকৰ সৈতে পত্নীক হাতে লোটে ধৰা পেলায়৷ ছাদত স্বামীক হঠাৎ দেখা পায় পত্নীৰ নতুন প্ৰেমিকে তেওঁৰ মূৰত বন্দুক থৈ প্ৰাণে মৰাৰ ধমকি দিয়ে৷ আনকি পত্নী আৰু প্ৰেমিকে মিলি তেওঁক মাৰধৰো কৰে৷ ইয়াৰপাছতেই পত্নীয়ে তেওঁক একেবাৰে শেষ কৰি দিয়াৰ ধমকি দিয়ে৷ স্বামীৰ কান্দোনৰ সুৰ শুনি প্ৰতিবেশী ওচৰ চাপি আহে৷ তেতিয়াই সেই স্থান ত্যাগ কৰে প্ৰেমিক আৰু পত্নীয়ে৷ ইতিমধ্যে পত্নী আৰু সেই পুৰুষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে যুৱকে৷ অভিযুক্তক বিচাৰি তালাচি অভিযানো আৰম্ভ কৰিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি
জীৱনশৈলী

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

September 27, 2026
Next Post
১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.