• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

1 year ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

34 seconds ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

21 minutes ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

31 minutes ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

1 hour ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

2 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

3 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

15 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

16 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

editor by editor
April 9, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

এটিএমৰ পৰা টকা উলিওৱাৰ সীমাত বৃহৎ পৰিৱৰ্তন কৰিলে ভাৰতীয় ষ্টেট বেংকে। এছ বি আই আৰু অন্যান্য বেংকৰ এ টি এমত বিত্তীয় আৰু অবিত্তীয় দুয়োটা লেনদেনত প্ৰভাৱ পেলাব পৰাকৈ এ টি এম চাৰ্জৰ গাঁথনি সৰল কৰি ডিজিটেল বেংকিংক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পৰিৱৰ্তন সাধন কৰিছে ৰাজহুৱা খণ্ডৰ বেংকটোৱে। এই নিয়ম ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হব বুলি বুলি সদৰি কৰিছে।

এছ বি আইৰ এ টি এম আৰু আন বেংকৰ এ টি এমৰ পৰা ধন উলিওৱাৰ সীমা সলনি কৰিছে। ইয়াৰ উপৰিও একাউণ্টত মাহিলী গড় ধন ৰখাৰ ক্ষেত্ৰত উলিওৱাৰ সীমা নীতিতো পৰিৱৰ্তন কৰা হৈছে।

এই নিয়ম সকলো SBI গ্ৰাহকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এতিয়া গ্ৰাহকে SBI ATM ৰ পৰা প্ৰতিমাহে মাত্ৰ ৫ টা বিনামূলীয়া লেনদেন আৰু অন্য বেংকৰ ATM ৰ পৰা প্ৰতিমাহে ১০ টা বিনামূলীয়া লেনদেন লাভ কৰিব পাৰিব।

যদি চেভিং একাউণ্ট ধাৰীয়ে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত গড় মাহিলী বেলেঞ্চ ৰাখে, তেন্তে তেওঁ আন বেংকৰ এটিএমৰ পৰা ৫টা বিনামূলীয়া লেনদেনৰ সীমাৰ সুবিধা লাভ কৰিব। যদি কোনোবাই ১০০০০০০ টকা পৰ্যন্ত বেলেঞ্চ ৰাখে, তেতিয়া তেওঁ এছ বি আই আৰু অন্যান্য বেংকৰ এ টি এমৰ পৰা সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা পাব।

বিনামূলীয়া এটিএম লেনদেনৰ মাহিলী সীমা অতিক্ৰম কৰাৰ পিছত এছবিআইয়ে স্থান নিৰ্বিশেষে এটিএমত প্ৰতিটো লেনদেনৰ বাবে ১৫ টকা + জিএছটি লব। অন্য বেংকৰ এটিএমত লেনদেনৰ বাবে মাচুল ২১ টকা + জিএছটি প্ৰতি লেনদেনত, যিটো মেট্ৰ’ চহৰকে ধৰি দেশৰ অন্যান্য স্থানত প্ৰযোজ্য হ’ব।

এছবিআইৰ এটিএমত বেলেঞ্চ ইনকুৱাৰী আৰু মিনি ষ্টেটমেণ্টৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব। অৱশ্যে অন্য বেংকৰ এটিএমত ১০ টকা যোগ কৰি জিএছটিৰ চাৰ্জ প্ৰযোজ্য হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ATMRule ChangesbiSBI ATM Rule Change
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?
জীৱনশৈলী

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

May 22, 2026
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?
জীৱনশৈলী

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

May 22, 2026
Next Post
কাইলৈ ১০ এপ্ৰিল তাৰিখে ৫ ৰাশিৰ লোকৰ অন্ত পৰিব সকলো সমস্যা

য়ুজবেন্দ্ৰই মুকলি কৰিলে নতুন প্ৰেমৰ কথা- ‘তুমিয়ে মোৰ সকলো’

য়ুজবেন্দ্ৰই মুকলি কৰিলে নতুন প্ৰেমৰ কথা- 'তুমিয়ে মোৰ সকলো'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন