• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

1 year ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

54 minutes ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

2 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

3 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

3 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

4 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

17 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

17 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

17 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

18 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

18 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

editor by editor
April 14, 2025
in জীৱনশৈলী
0
টি-বেগত মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খাদ্যত মাইক্ৰপ্লাষ্টিক প্ৰদূষণৰ সমস্যাক লৈ উদ্বেগ বাঢ়িছে বিশ্বজুৰি৷ মানুহৰ স্বাস্থ্য সুৰক্ষাৰ পক্ষে এয়া খুবেই বিপজ্জনক৷ ভাৰতৰ খাদ্যপণ্যৰ গুণমান নিয়ন্ত্ৰক সংস্থা বা এফ এছ এছ এ আইয়ে জনাইছে যে, নিমখ, চেনী আৰু কেইবাধৰণৰ মছলাৰ পেকেটত পোৱা গৈছে ক্ষুদ্ৰাতিক্ষুদ্ৰ প্লাষ্টিকৰ কণা বা মাইক্ৰপ্লাষ্টিক৷ আনকি যি প্লাষ্টিকৰ বটলৰ পৰা পানী খাই তাতো মিহলি হৈ থাকে লক্ষ লক্ষ অণু প্লাষ্টিক৷ আপুনি খোৱা টি বেগতো থাকে প্লাষ্টিক বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে তথ্য৷

অটনমাছ ইউনিভাৰ্ছিটি অফ বাৰ্ছলোনাক লৈ এই গৱেষণা কৰি তেওঁলোকে সমীক্ষাৰ ৰিপৰ্ট জনাইছে৷ কেৱল বাৰ্ছেলোনাৰ এই বিশ্ববিদ্যালয়ে নহয়, বিশ্বৰ আৰু বহু গৱেষণা সংস্থাই এই দাবী কৰিছে যে সকলো নহলেও প্ৰায় কেইবাটাও ব্ৰেণ্ডৰ টি বেগতেই প্লাষ্টিকৰ সূক্ষ্ম সূক্ষ্ম কণা পোৱা যায়৷ কেৱল সেয়াই নহয় আৰু নানান ৰাসায়নিকৰ সন্ধানো পোৱা গৈছে ইয়াত৷ যি মানৱশৰীৰৰ বাবে বিপজ্জনক৷

বিজ্ঞানীয়ে কৈছে কিছু টি বেগ তৈয়াৰ হয় প্লাষ্টিকৰ পৰাই৷ সাধাৰণতে তিনি ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয়৷ পলিপ্ৰপেলিন, নাইলন-৬ আৰু ছেলুলজ৷ প্লাষ্টিকৰ টি বেগ যেতিয়া গৰম পানীত ডুবোৱা হয় তেতিয়া তাৰ পৰা সূক্ষ্ম প্লাষ্টিকৰ কণা পানীত মিহলি হৈ যায়৷ দাবী কৰা হৈছে যে পলিপ্ৰপেলিন দি যি টিবেগ তৈয়াৰ কৰা হয় সেই টি বেগ এবাৰ পানীত ডুবালে তাৰপৰা প্ৰায় ১২০ কোটি প্লাষ্টিকৰ কণা বাহিৰলৈ ওলাই পানীত মিহলি হৈ পৰে৷ ছেলুলজৰে তৈয়াৰ কৰা টি বেগৰ পৰা বাহিৰ হৈ আহে প্ৰায় ১৩ কোটি মাইক্ৰপ্লাষ্টিক৷ অৰ্থাৎ প্ৰতিটো চুমুকতেই প্লাষ্টিক শৰীৰত সোমাই যায়৷

বাৰ্ছিলোনা ইউনিভাৰ্ছিটিৰ গৱেষক ৰিকাৰ্ডো মাৰ্কোছ ডাউডৰ কথাত, মাইক্ৰপ্লাষ্টিকৰ সুক্ষ্ম নেনোপ্লাষ্টিকো পোৱা গৈছে কেইবাটাও টি বেগত৷ অৱশ্যে তাত কোনো ব্ৰেণ্ডৰ কথা তেওঁলোকে উল্লেখ কৰা নাই৷ গৱেষকে সতৰ্ক কৰি দিছে যে যদি ঘনে ঘনে চাহ খোৱাৰ অভ্যাস থাকে তেন্তে প্ৰতিবাৰেই টি বেগ ডুবাই চাহ তৈয়াৰ কৰে তেতিয়া সতৰ্ক হওক৷ কাৰণ লাখ লাখ প্লাষ্টিকৰ কণা মিহলি চাহ খালে খুব সোনকালেই সেয়া তেজত মিহলি হৈ পৰে৷ অৱশ্যে ভাৰতত এই বিষয়ক লৈ এতিয়াও কোনো গৱেষণা কৰা নাই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অফ ইণ্ডিয়াই৷

মাইক্ৰপ্লাষ্টিক দিনৰ পাছত দিন শৰীৰত সোমাই তেজত মিহলি হৈ থাকিলে বিভিন্ন জটিল ৰোগ হ’ব পাৰে৷ প্লাষ্টিক তেজত মিহলি হ’লে ইনছুলিনৰ ক্ষৰণত প্ৰভাৱ পৰে৷ যিয়ে পৰবৰ্তী সময়ত ডায়বেটিছৰ কাৰণ হৈ উঠিব পাৰে৷ কেৱল সেয়াই নহয়, প্লাষ্টিকে শৰীৰত হৰমণৰ ভাৰসাম্যতো সাল সলনি আনে৷ অধিক মাত্ৰাত প্লাষ্টিক কণা শৰীৰত জমা হ’লে পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণুৰ পৰিমান কমি যায়৷ মহিলাৰ বিভিন্ন হৰমণ ক্ষৰণত বাধা তৈয়াৰ হয়৷ বিশেষকৈ ইষ্ট্ৰজেন হৰমনৰ কাৰ্যকাৰিতা কমি যাব পাৰে৷ তাৰপৰা লিভাৰৰ সমস্যা, হাৰ্টৰ ৰোগ, কিডনিৰ জটিল অসুখ হোৱাৰ আশংকাও থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
Next Post
আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.