• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

1 year ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

29 minutes ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

1 hour ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

2 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

3 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

4 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

5 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

6 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

6 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

7 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

editor by editor
April 28, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬/১১ ঘটনাৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক পুনৰ ১২ দিনৰ বাবে NIAৰ জিম্মালৈ

মুম্বাইৰ ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক ১৮ দিনীয়া জিম্মা শেষ হোৱাৰ পিছত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ কৰে। আদালতে পুনৰবাৰ ৰাণাক ১২ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

আজি শুনানিৰ সময়ত উপস্থিত আছিল কঠোৰ নিৰাপত্তা বাহিনী। বন্ধ কোঠাত গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। এন আই এয়ে ৰাণাক অধিক দিনৰ বাবে জিম্মাত বিচাৰিছিল।

উল্লেখ্য় যে, ৰানাৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হৈছে, য’ত ৩০ দিনলৈকে জিম্মাত লাভ কৰাৰ সম্ভাৱনা আছে। এই গোচৰৰ এতিয়ালৈকে কৰা তদন্ত আৰু সোধপোচৰ সকলো কথা আদালতক জনাইছে এন আই এয়ে।

আদালতত এন আই এয়ে কয় যে ৰানাৰ লক্ষ্য কেৱল মুম্বাই চহৰেই নহয়। হেডলীৰ সৈতে ৰাণাই দিল্লী, জয়পুৰ আৰু আজমেৰত মুম্বাইৰ দৰে আক্ৰমণ চলাব বিচাৰিছিল। ৰাণাই লস্কৰ-ই-তৈবাৰ নিৰ্দেশ মতে কাম কৰি আছিল।

এই সময়ছোৱাত এন আই এয়ে পুনৰ ১২ দিনৰ জিম্মাত ৰখাৰ দাবী জনাইছিল, যিটো আদালতে মানি লৈছে। আদালতে জনোৱা মতে, মুম্বাই ক্ৰাইম ব্ৰাঞ্চেও ৰাণাক সোধা-পোছা কৰিছে। অৱশ্যে ৰাণাই তদন্তত সহযোগ কৰা নাই।

৬৪ বছৰীয়া তাহাউৰ ৰাণাই এই পৰ্যন্ত তদন্তত মুম্বাই আৰক্ষীকো সহায় কৰা নাই। ৰাণা কানাডাৰ নাগৰিক, মূলতঃ পাকিস্তানৰ। তেওঁ আমেৰিকাৰ নাগৰিক ডেভিদ কলমেন হেডলীৰ সহযোগী হিচাপে কাম কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbai attackniaTahaur Rana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
Next Post
সাৱধান! কাইলৈ ২৯ এপ্ৰিলত সমস্যা বাঢ়িব ৩ ৰাশিৰ লোকৰ

সাৱধান! কাইলৈ ২৯ এপ্ৰিলত সমস্যা বাঢ়িব ৩ ৰাশিৰ লোকৰ

আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব

আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.