• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব

আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব

1 year ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

21 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

52 minutes ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

3 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

4 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

4 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

6 hours ago
বৈপৰীত্য

বৈপৰীত্য

7 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

8 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব

editor by editor
April 29, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি ১৪ বছৰত কি কৰিছিল? ৩৫ বলত শতক কৰা বৈভৱে ফিট হৈ থাকিবলৈ

বৈভৱ সূৰ্যবংশী, ভাৰতীয় ক্ৰিকেটৰ উজ্জল ভৱিষ্যত। যি বৰ্তমানে কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বতে এক চৰ্চিত নাম।চ যি নাম কেৱল আপোনাৰ মোৰ মুখতেই নহয়, সকলো ক্ৰিকেট প্ৰেমীৰ মুখে মুখে। যিয়ে মাথো ১৪ বছৰ বয়সতে কৰিছে এক আচৰিত কাম।

মাথো ৩৫ টা বলকে কৰিছে ১০০ ৰান। এক অনন্য অভিলেখ। এই শতকত আছিল ৭টা চাৰি আৰু ১১টা ছয়। ইশান্ত শৰ্মাৰ দৰে সুদক্ষ বলাৰৰ বলতো অনায়াসে বৈভৱে কোবাই ৬-৪ ।

যি সময়ত হয়তো সাধাৰণতে লোকে খেলা-ধুলা-পঢ়া আদিত মন দি থাকে সেই সময়ত,  এই ১৪ বছৰীয়া বৈভৱে ক্ৰিকেটক জীৱন বনাই লোৱাৰ লগতে নিজকে ফিট ৰাখিবলৈ প্ৰিয় খাদ্য মাংস, অতিকে প্ৰিয় পিজ্জা আদিয়ো ত্যাগ কৰিছে।

এতিয়া বৈভৱৰ প্ৰশংসাত পঞ্চমুখ ভাৰতীয় ক্ৰীড়া জগতৰ লগতে অভিনয় জগত, লগতে ৰাজনীতি জগতো। সকলোৱে বৈভৱৰ প্ৰশংসাৰে উপচাইছে সামাজিক মাধ্যম।

সেয়া লাগিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰেই হওঁক, বা যুৱৰাজ, হৰভজন, সূৰ্যা কুমাৰ। আনকি ৰাজনীতিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণেও প্ৰশংসা কৰিছে ১৪ বছৰীয়া বৈভৱৰ।

বৈভৱে আই পি এলৰ পথাৰত এই আবিশ্বাস্য কৰি দেখুৱাইছে, ৰাজস্থানৰ হৈ খেলি গুজৰাটৰ বিৰুদ্ধে এই সুন্দৰ শতকীয় ৰান কৰে বৈভৱে। বৈভৱ সূৰ্য্যবংশীয়ে তেওঁৰ উজ্জ্বল ইনিংছৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshiIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
Next Post
পেহেলগাম ঘটনাৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰৰ বিশেষ সিদ্ধান্ত, বন্ধ ৪৮ টা পৰ্যটনস্থল

পেহেলগাম ঘটনাৰ পিছতে জম্মু-কাশ্মীৰ চৰকাৰৰ বিশেষ সিদ্ধান্ত, বন্ধ ৪৮ টা পৰ্যটনস্থল

আন এক আঘাত, ভাৰতে নিষিদ্ধ কৰিলে পাকিস্তানৰ ৰক্ষা মন্ত্ৰীৰ লগতে সাংবাদিকৰ X একাউণ্ট

আন এক আঘাত, ভাৰতে নিষিদ্ধ কৰিলে পাকিস্তানৰ ৰক্ষা মন্ত্ৰীৰ লগতে সাংবাদিকৰ X একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.