• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

11 months ago
অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

22 minutes ago
Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

53 minutes ago
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

1 hour ago
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

2 hours ago
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

3 hours ago
Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

21 hours ago
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

22 hours ago
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

23 hours ago
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

24 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

editor by editor
May 5, 2025
in জীৱনশৈলী
0
নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি ফেটি লিভাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশ বাঢ়িছে৷ চিকিৎসকৰ মতে, প্ৰত্যেক লিভাৰতেই নিৰ্দিষ্ট পৰিমাণৰ চৰ্বি থাকে৷ চৰ্বি বেছি জমা হ’লেই সেয়া সমস্যাৰ কাৰণ হৈ উঠে৷ ফেটি লিভাৰ দুই ধৰণৰ হয়৷ এলক’হলিক ফেটি লিভাৰ আৰু নন এলক’হলিক ফেটি লিভাৰ৷ AIMSয়ে ডাঙি ধৰা তথ্য অনুসৰি প্ৰায় ৩৮ শতাংশ ভাৰতীয় নন এলকহলিক ফেটি লিভাৰত ভূগিছে৷ অতিৰিক্ত তেল, ফেটজাতীয় খাদ্য খালেই লিভাৰত চৰ্বি জমা হয়৷ সময়মতে চিকিৎসা আৰম্ভ নকৰিলে লিভাৰ চিৰোছিচ হ’ব পাৰে৷

লিভাৰ ভালে ৰাখিব খুজিলে খোৱাবোৱাত নিয়ম মানি চলিব লাগে৷ ডায়বেটিছ, উচ্চ ৰক্তচাপ, উচ্চ কলষ্টেৰল থাকিলেও নন এলক’হলিক ফেটি লিভাৰ হব পাৰে৷ কি কি লক্ষণ দেখিলে বুজিব যে আপুনি নন এলকহ’লিক ফেটি লিভাৰত ভূগি আছে?

১. ওজন বাঢ়ে. অন্যহাতে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰে৷ তেনে হ’লে অৱশ্যেই চিকিৎকৰ পৰামৰ্শ লওক৷ নন এলক’হলিক ফেটি লিভাৰৰ ক্ষেত্ৰত মূলত এনে হয়৷

২. বাৰে বাৰে ভোক লগাও এই সমস্যাৰ এক উপসৰ্গ হ’ব পাৰে৷ মিঠা আৰু ভজাপুৰা জাতীয় খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ে৷ হঠাৎ এনে সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব৷

৩. নন এলক’হলিক ফেটি লিভাৰৰ ক্ষেত্ৰত অন্যতম উপসৰ্গ হৈছে প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ যোৱা৷ ফেটি লিভাৰৰ কাৰণে শৰীৰৰ পৰা টক্সিন ভালকৈ বাহিৰ হ’ব নোৱাৰে৷ এই কাৰণতেই প্ৰস্ৰাৱ হালধীয়া হৈ পৰে৷ দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে ফেটি লিভাৰক লৈ সচেতন হোৱা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…
জীৱনশৈলী

April 5, 2026
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

April 5, 2026
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে
স্বাস্থ্য

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

April 4, 2026
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম
জীৱনশৈলী

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

April 4, 2026
Next Post
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন