• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

5 months ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

4 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

10 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

35 minutes ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

2 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

2 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

5 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

9 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

editor by editor
April 16, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এখন সপোনৰ ঘৰ নিৰ্মাণ কৰা কিংবা সপোনৰ এখন ঘৰ ক্ৰয় কৰাৰ বাবে প্ৰত্যেকজন মধ্যবিত্তই হোন লোন বা গৃহ ঋণৰ ওপৰত ভৰসা কৰে৷ কাৰণ মোটা অংকৰ অৰ্থ এজন সাধাৰণ চাকৰিয়াল বা ক্ষুদ্ৰ ব্যৱসায়ীৰ হাতত একেলগে জমা নাথাকে৷ সেই কাৰণেই ভৰসাৰ স্থল হৈ পৰে হোম লোন৷ হোম লোনত মাহে মাহে নিৰ্দিষ্ট অংকৰ টকা EMI হিচাপে দি পৰিশোধ কৰাৰো সুবিধা থাকে৷ এই ধন পৰিশোধ কৰাৰ বাবে নিৰ্দিষ্ট ম্যাদো বাচি ল’ব পাৰে ঋণগ্ৰহীতাই৷ ফলত এই সমস্ত সুবিধাৰ বাবেই চাকৰিয়ালে সাধাৰণতে নিজৰ সপোনৰ ঘৰ কিনাৰ বাবে বা নিৰ্মাণ কৰিবৰ বাবে হোম লোন গ্ৰহণ কৰে৷ আৰু ই এম আইৰ মাধ্যমেৰে সেয়া পৰিশোধ কৰি থাকে৷
বিগত কেইবাবছৰত দেখা গৈছে যে সম্পত্তিৰ চাহিদা দ্ৰুত হাৰত বাঢ়িছে৷ মানুহে ক্ৰমশ নিজৰ সপোনৰ ঘৰ ক্ৰয়ৰ পথতো আগুৱাইছে৷ আৰু সেই কাৰণেই বাঢ়িছে ঘৰৰ দামো৷ কিন্তু ইয়াতেই প্ৰশ্ন হয়, কাৰোবাৰ যদি সংসাৰত খৰচসহ সমস্ত প্ৰয়োজনী খৰচ বচাই ২০ হাজাৰ টকা পৰ্যন্ত EMI দিয়াৰ সামৰ্থ্য থাকে তেন্তে আপুনি HDFC বেংকৰ পৰা কিমান টকা হোম লোন হিচাপে পাব পাৰে?
প্ৰথমেই জানি থোৱা ভাল যে, দেশৰ সকলোতকৈ ডাঙৰ বেচৰকাৰী বেংক HDFCত হোম লোনৰ ওপৰত সুদৰ হাৰ ৮.৭০শতাংশৰ পৰা ৯.৫৫ শতাংশ৷ অন্যহাতে HDFC বেংকৰ ষ্টেণ্ডাৰ্ড হোম লোনৰ হাৰ ৯.৪০শতাংশৰ পৰা ৯.৯৫শতাংশ৷ সেই হিচাপত যদি প্ৰত্যেক মাহতেই EMI হিচাপে ২০ হাজাৰ টকা দিব পাৰে তেন্তে ৮.৭৫শতাংশ হাৰত ২০ বছৰৰ ম্যাদত আপুনি বেংকৰ পৰা লাভ কৰিব পাৰে ২৩ লাখ টকা৷ কোনোৱে যদি EMIৰ পৰিমাণ একেই ৰাখি লোন পৰিশোধৰ ম্যাদ আৰু বঢ়াব খোজে তেন্তে তেওঁ পাব পাৰে বেছি পৰিমাণৰ লোন৷ উদাহৰণ হিচাপে চোৱা যাওক, কোনোৱে যদি মাহিলী ২০ হাজাৰ টকাৰ EMI দিব ২৫ বছৰ ম্যাদত ধন ঘূৰাব খোজে তেন্তে তেওঁ লোন হিচাপে বেংকৰ পৰা ল’ব পাৰে ২৫ লাখ টকা৷
আকৌ যদি লোনৰ ম্যাদ ৩০ বছৰ কৰিব খোজে তেন্তে তেওঁ ২৬ লাখ টকা বেংকৰ পৰা ঋণ ল’ব পাৰে ইয়াত ইএমআই ২০ হাজাৰৰ পৰা অলপমান বাঢ়ি ২০৪৫৪ টকা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

September 11, 2026
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

September 11, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
Next Post
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.