• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

1 year ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

7 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

2 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

5 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

7 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

editor by editor
May 7, 2025
in জীৱনশৈলী
0
ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাঁটিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আকাশসীমা বিধিনিষেধৰ কাৰণে ভাৰতীয় বিমান সংস্থাসমূহে জম্মু আৰু শ্ৰীনগৰসহ দেশৰ বিভিন্ন চহৰত ফ্লাইট বাতিল কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা এক বিবৃতি দি এই তথ্য জনোৱা হৈছে৷ তেওঁলোকে এক্স হেণ্ডেলত লিখিছে, ‘বিমান পৰিবহণ দপ্তৰৰ নিৰ্দেশ অনুসৰি আগন্তুক ১০ মেৰ পুৱা ৫ বাজি ২৯ মিনিট পৰ্যন্ত শ্ৰীনগৰ, জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামেনগৰ, চণ্ডীগড় আৰু ৰাজকোট বিমানবন্দৰত আমাৰ কোনো যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব৷’
এক্স হেণ্ডেলত পোষ্ট কৰি বিমান সংস্থাই জনাইছে যে অমৃতসৰগামী দুখন আন্তৰ্জাতিক ফ্লাইট বুধবাৰে দিল্লীলৈ পুনৰ উভতি যাব লগা হৈছে৷ এই অপ্ৰত্যাশিত ব্যাঘাতৰ বাবে তৈয়াৰ হোৱা অসুবিধাক লৈ আমি দুঃখিত৷ অন্যহাতে স্পাইটজেটেও বৰ্তমান পৰিস্থিতিৰ বাবে ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ, অমৃতসৰসহ উত্তৰ ভাৰতৰ কিছু অংশ তেওঁলোকৰ পৰিসেৱা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব৷
বুধবাৰে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মিছাইল আক্ৰমণৰ পাছত ২০০খনতকৈ বেছি ফ্লাইট বাতিল আৰু কমপক্ষেও ১৮টা বিমানবন্দৰ, যাৰ মাজত শ্ৰীনগৰ, লেহ, অমৃতসৰ আৰু চণ্ডীগড় অন্তৰ্ভুক্ত সাময়িকভাৱে বন্ধ কৰা হৈছে৷ প্ৰধানকৈ উত্তৰ আৰু পশ্চিমৰ বিমানবন্দৰসমূহৰ ফ্লাইট অপাৰেছন স্থগিত কৰা হৈছিল৷ যাৰ মাজত আছে জম্মু, পাঠানকোট, যোধপুৰ, জয়চলমেৰ, চিমলা, ধৰ্মশালা আৰু জামেনগৰ৷
IndiGoইয়ো ১৬৫খন ফ্লাইট বাতিল কৰিছে৷ এক সূত্ৰই জনাইছে যে দিল্লী, ভাৰতৰ ব্যস্ততম বিমানবন্দৰ দিল্লীত ৩৫খন ফ্লাইট মাজনিশাৰ পৰা পুৱা পৰ্যন্ত বাতিস কৰা হৈছে, যাৰ মাজত ২৩ টা আভ্যন্তৰীণ ডিপাৰ্চাৰ আৰু ৮থন এৰাইভেল আৰু ৪খন আন্তৰ্জাতিক ফ্লাইট আছে৷ এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ইণ্ডিগো, স্পাইছ জেট, আক্সা এয়াৰৰ দৰে সংস্থাসমূহে ইতিমধ্যেই বিবৃতি জাৰি কৰি একাধিক উৰণ বাতিলৰ কথা ঘোষণা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
Next Post
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.