• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

1 year ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

30 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

7 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?

editor by editor
May 7, 2025
in ক্ৰীড়া, ভাৰত
0
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই, কিয় হঠাৎ এই সিদ্ধান্ত?
0
SHARES
523
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহিত শৰ্মাই৷ আইপিএলৰ মাজতেই এই সিদ্ধান্ত জনাই দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কে৷ এতিয়াৰে পৰা ভাৰতৰ হৈ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব ৰোহিত শৰ্মাই৷

কোনোধৰণৰ সংবাদমেলো আয়োজন কৰা নাই ৰোহিতে৷ ইনষ্টাগ্ৰামত চাৰি লাইনৰ এটা পোষ্ট দি এই বিবৃতি দিছে ৰোহিতে৷ তাতেই ৰোহিতে লিখিছে, ‘সকলোকে জনাব খুজিছো যে আমি টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছো৷ বগা পোছাকত দেশৰ হৈ খেলাটো মোৰ বাবে গৰ্বৰ বিষয় আছিল৷ ইমান বছৰ ধৰি ইমান ভালপোৱা আৰু সমৰ্থন দিয়াৰ বাবে সকলোকে ধন্যবাদ৷ এদিনীয়া ফৰ্মেটত ভাৰতৰ হৈ খেল চলি যাব৷’

বিগত বছৰৰ পৰা টেষ্টত ৰোহিতৰ বেটত ৰান বিশেষ নাই৷ দেশৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত৷ সেই ছিৰিজতেই একেবাৰে ৰান কৰিব পৰা নাছিল ৰোহিতে৷ তাৰপাছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচ টেষ্টৰ চিৰিজতো ৰান অহা নাই ভাৰতীয় অধিনায়কৰ বেটৰ পৰা৷ আনকি এনে পৰিস্থিতি হৈছিল যে ছিডনিৰ শেষ টেষ্টত প্ৰথম একাদশৰ বাহিৰত ৰখা হৈছিল ৰোহিতক৷

সেই সময়ৰ পৰাই ৰোহিতৰ অৱসৰৰ জল্পনা আৰম্ভ হৈছিল৷ তেতিয়া চিডনী টেষ্ট চলাৰ সময়ত সম্প্ৰচাৰকাৰী চেনেলত ৰোহিতে স্পষ্ট কৰি দিছিল যে তেওঁৰ অৱসৰৰ কোনো সম্ভাৱনা নাই৷ খেলা চলাই যাব৷ কিন্তু বাস্তৱত দেখা গৈছে যে ৰোহিতে আৰু দেশৰ হৈ বগা জাৰ্ছিৰে ২২ গজত ননমাৰেই সিদ্ধান্ত লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
Next Post
পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

পাৰমাণৱিক বোমাৰ ক্ষমতা কিমান? প্ৰতিৰক্ষাৰ বাবে ভাৰতৰ কি কি অস্ত্ৰ আছে? জানিলে অবাক হ’ব

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ  মন্ত্ৰী পীযুষ হাজৰিকা

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.