• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেষ্টত ১৪ বছৰীয়া ‘বিৰাট’ যাত্ৰাৰ অন্ত, ৰোহিতৰ পাছত টেষ্ট ক্ৰিকেটক বিদায় বিৰাটৰ

12 months ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

33 minutes ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

1 hour ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

19 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

20 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টেষ্টত ১৪ বছৰীয়া ‘বিৰাট’ যাত্ৰাৰ অন্ত, ৰোহিতৰ পাছত টেষ্ট ক্ৰিকেটক বিদায় বিৰাটৰ

editor by editor
May 12, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
টেষ্টত ১৪ বছৰীয়া ‘বিৰাট’ যাত্ৰাৰ অন্ত, ৰোহিতৰ পাছত টেষ্ট ক্ৰিকেটক বিদায় বিৰাটৰ
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্টত ১৪ বছৰীয়া ‘বিৰাট’ যাত্ৰাৰ অন্ত, ৰোহিতৰ পাছত টেষ্ট ক্ৰিকেটক বিদায় বিৰাটৰ

১৪ বছৰীয়া বিৰাট যাত্ৰাৰ অন্ত পেলাই টেষ্ট ক্ৰিকেটৰ পৰা বিদায় বিৰাট কোহলীৰ। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা। কোহলীয়ে ২০২৫ চনৰ ১২ মে’ সোমবাৰে পুৱা ১১:৪৩ বজাত ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বিষয়ে অৱগত কৰে।

বিৰাট কোহলীয়ে টেষ্ট জাৰ্চি পিন্ধা ফটো শ্বেয়াৰ কৰি লিখিছে, “টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে বেগী নীলা জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল। সঁচা কথা ক’বলৈ গ’লে মই কেতিয়াও কল্পনা কৰা নাছিলো যে এই ফৰ্মেটে মোক কেনে যাত্ৰালৈ লৈ যাব। ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু শিকাইছিল যিবোৰ মই আজীৱন লগত লৈ যাম।”

টেষ্ট ক্ৰিকেটে মোক আশা কৰাতকৈ বেছি দিছে বুলিও উল্লেখ কৰে বিৰাট কোহলিয়ে।

কোহলীয়ে আৰু লিখিছে, “বগা জাৰ্চি পিন্ধি খেলাটো এটা অতি ব্যক্তিগত অভিজ্ঞতা। নিৰৱ কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্ত যিবোৰ কোনেও দেখা নাপায় কিন্তু যিবোৰ আপোনাৰ লগত চিৰদিনৰ বাবে থাকে। যেতিয়া মই এই ফৰ্মেটৰ পৰা আঁতৰি আহিছো, তেতিয়া ই সহজ নহয়, কিন্তু ই সঠিক অনুভৱ হয়। মই ইয়াত মোৰ সকলোখিনি দিছো আৰু ই মোক আশা কৰাতকৈও অধিক দিছে।”

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰাৰ সময়তে বিৰাট কোহলীয়ে লগতে কয় যে তেওঁ নিজৰ কেৰিয়াৰলৈ উভতি চাব বিচাৰিব হাঁহিমুখে। কিন্তু, ক’ৰবাত তেওঁ নিজৰ সপোনত জীয়াই থাকিব নোৱাৰাৰ বাবে নিশ্চয় অনুশোচনা কৰিব। বিৰাট কোহলীৰ সেই সপোন তেওঁৰ ১০,০০০ টেষ্ট ৰাণৰ সৈতে জড়িত, যিটো সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ এই ফৰ্মেটৰ পৰা বিদায় লয়। সপোন আধৰুৱা হৈয়ে ৰৈ যায় বিৰাটৰ।

১৪ বছৰীয়া টেষ্ট ক্ৰিকেট কেৰিয়াৰত বিৰাট কোহলীয়ে ১২৩খন টেষ্ট খেলিছিল, য’ত তেওঁ ২১০ ইনিংছত গড়ে ৪৬.৮৫ ৰান কৰি ৯২৩০ ৰান সংগ্ৰহ কৰিছিল। অৰ্থাৎ বিৰাট কোহলী ১০ হাজাৰ টেষ্ট ৰানৰ সপোনৰ পৰা ৭৭০ ৰান দূৰত থাকি যায়। বিৰাট কোহলীৰ টেষ্ট শতক আৰু অৰ্ধশতকৰ সংখ্যা প্ৰায় সমান হৈয়েই থাকিল। টেষ্টত তেওঁ ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে।

উল্লেখ্য যে, ২০১১ চনৰ ২০ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক মেচ খেলিছিল বিৰাট কোহলিয়ে প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Retirementtest cricketvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

April 23, 2026
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

April 23, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

April 23, 2026
Next Post
বন্ধুৰ বিবাহ অনুষ্ঠানত নাচি থাকোতেই হাৰ্ট এটেকত শেষ জনপ্ৰিয় টিভি অভিনেতাৰ জীৱন

১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন