• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

12 months ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

1 hour ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

2 hours ago
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

3 hours ago
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

4 hours ago
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

4 hours ago
Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

5 hours ago
বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

6 hours ago
ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

6 hours ago
পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

7 hours ago
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

8 hours ago
আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

8 hours ago
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

editor by editor
May 12, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে৷ ইংলেণ্ড যাত্ৰাৰ পূৰ্বে ভাৰতৰ সকলোতকৈ অভিজ্ঞ দুই ক্ৰিকেটাৰক দেখা নাযাব এইবাৰ৷ ভাৰতৰ টেষ্ট দলচ এই দুজন অভিজ্ঞ খেলুৱৈৰ স্থান কোনে ল’ব? দৌৰত আছে তিনিগৰাকীকৈ ক্ৰিকেটাৰ৷

ৰোহিতে অৱসৰ লোৱাৰ পাছতেই ভাৰতৰ অপেনাৰ হিচাপে যশস্বী জয়ছোৱালৰ স্থানত খেলাৰ সম্ভাৱনা আছে লোকেশ ৰাহুলৰ৷ অপেনাৰ হিচাপে ভাৰতৰ টেষ্ট দলত অভিষেক ঘটিছিল লোকেশ ৰাহুলৰ৷ অপেনাৰ হিচাপেই ভাৰতৰ টেষ্ট দলত অভিষেক ঘটিছিল তেওঁৰ৷ অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ দৰে দেশত তেওঁৰ টেষ্ট অপেন কৰাৰ অভিজ্ঞতা আছে৷ ইংলেণ্ডত যশস্বীৰ সৈতে ৰাহুলেই অপেনাৰ হিচাপে থকাৰ সম্ভাৱনা সকলোতকৈ বেছি৷

ৰোহিতৰ সলনি টেষ্টত এগৰাকী নতুন অধিনায়কো বিচাৰিছে ভাৰতে৷ এই দৌৰত আগুৱাই আছে শুভমন গিল৷ তেওঁ অপেনিঙৰ ওপৰিও তিনি নম্বৰত খেলিব পাৰে৷ ইয়াৰোপৰি ভাৰতৰ তিনি নম্বৰ পৰ্যন্ত কোনো সমস্যা নাই৷ চাৰি আৰু পাঁচ নম্বৰত দুজন ক্ৰিকেটাৰক খেলোৱা হব৷ সেই তালিকাতো আছে তিনি ক্ৰিকেটাৰ৷

শ্ৰেয়ছ আয়াৰ

ফৰ্মত আছে শ্ৰেয়ছ৷ ২০২১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক শতৰান কৰিছিল তেওঁ৷ কিন্তু তাৰ পাছতো ইমানদিন মাত্ৰ ১৪ খন টেষ্টহে খেলিছে শ্ৰেয়ছে৷ কোহলী থকা ভাৰতৰ টেষ্ট দলত তেওঁ স্থান লাভ কৰা নাছিল৷ কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ চাৰি নম্বৰত শ্ৰেয়ছে খেলাৰ সম্ভাৱনা বেছি৷ তেওঁ থাকিলে ভাৰতৰ মিডল অৰ্ডাৰ মজবুত হব৷ ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটৰ ওপৰিও আইপিএলৰ ফৰ্মত আছে শ্ৰেয়ছ৷ সেয়ে তেওঁক সুযোগ দিয়া হ’ব পাৰে ইংলেণ্ড যাত্ৰাত৷

কৰুণ নায়াৰ

টেষ্টত ত্ৰিশতৰাণ কৰাৰ পাছতো দলৰ পৰা বাদ পৰি আছে কৰুণ৷ কিন্তু ঘৰোৱা ক্ৰিকেটত দুৰ্দান্ত বেটিং কৰিছে তেওঁ৷ তেওঁৰ প্ৰশংসা শুনা গৈছে বৰ্ডৰ নিৰ্বাচক প্ৰধান অজিত আগৰকৰৰ মুখতো৷ ৰোহিত, কোহলি নথকাত মিডল অৰ্ডাৰত এগৰাকী অভিজ্ঞ বেটাৰ থাকিলে ভাৰতৰেই সুবিধা৷ আই পিএলতো ভাল খেলিছে কৰুণে৷ ফলত তেওঁ ভাৰতৰ মিডল অৰ্ডাৰত খেলিব পাৰে৷

ছৰফৰাজ খান

দীৰ্ঘদিন আঁতৰি থকাৰ পাছত বিগত বছৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অভিষেক হৈছিল ছৰফৰাজৰ৷ তেওঁৱো খুব বেয়া খেলা নাছিল৷ ইংলেণ্ড যাত্ৰাত সেয়ে ভাৰতৰ মিডল অৰ্ডাৰত খেলাৰ দৌৰত চামিল আছে ছৰফৰাজো৷ কিন্তু বিদেশৰ মাটিত খেলাৰ অভিজ্ঞতা তেওঁৰ বৰ্তমানলৈকে নাই৷ ফলত তেওঁতকৈ কিছু আগুৱাই আছে কৰুণ আৰু ৰাহুল৷

দেৱদত্ত পড়িক্কল আৰু ৰজত পাটীদাৰেও ভাৰতৰ টেষ্ট দলত মিডল অৰ্ডাৰত খেলিছে৷ কিন্তু তেওঁলোকৰ সাফল্য খুব এটা বেছিও নহয়৷ ফলত তেওঁলোকে সুযোগ পোৱাৰ বিশেষ সম্ভাৱনা নাই৷ ধ্ৰুৱ জুৰেলো টেষ্ট দলত খেলিছে৷ কিন্তু ইংলেণ্ড যাত্ৰাত তেওঁলোকে স্থান পাবনে সেয়া এতিয়াও নিশ্চিত নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত
ভাৰত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

May 12, 2026
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী
জীৱনশৈলী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

May 11, 2026
গাঁৱে-ভূঁঞে ঘৰে ঘৰেই পোৱা যায় এইবিধ খাদ্য! ডায়বেটিছৰ পৰা কৰ্কটক দূৰৈত ৰখালৈকে, জানি থওক উপকাৰিতা
জীৱনশৈলী

গাঁৱে-ভূঁঞে ঘৰে ঘৰেই পোৱা যায় এইবিধ খাদ্য! ডায়বেটিছৰ পৰা কৰ্কটক দূৰৈত ৰখালৈকে, জানি থওক উপকাৰিতা

May 11, 2026
বিদেশী মুদ্ৰাৰ সৈতে ৰন্ধনত ব্যৱহৃত তেলৰ কি সম্পৰ্ক? কিয় তেল কমাই খাবলৈ কৈছে প্রধানমন্ত্ৰী মোদীয়ে
খাদ্য

বিদেশী মুদ্ৰাৰ সৈতে ৰন্ধনত ব্যৱহৃত তেলৰ কি সম্পৰ্ক? কিয় তেল কমাই খাবলৈ কৈছে প্রধানমন্ত্ৰী মোদীয়ে

May 11, 2026
Next Post
সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.