• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে  এলাহবাদ হাইকৰ্টে?

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

31 minutes ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

1 hour ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

2 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

5 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

5 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

6 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

7 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

7 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

8 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

8 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

9 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে এলাহবাদ হাইকৰ্টে?

editor by editor
May 15, 2025
in জীৱনশৈলী, ভাৰত
0
‘চাৰিগৰাকীলৈকে বিয়া কৰাব পাৰে মুছলমানে’, কিন্তু মানিব লাগিব এইকেইটা চৰ্ত, কি কি চৰ্তৰ কথা সোঁৱৰাই দিলে  এলাহবাদ হাইকৰ্টে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকীতকৈ বেছি বিয়া কৰোৱাত আইনী বাধা নাই মুছলমান পুৰুষৰ৷ এইবাৰ স্পষ্ট কৰি দিলে এলাহবাদ হাইকৰ্টে৷ বিবাহ সংক্ৰান্তিয় গোচৰত উচ্চন্যায়ালয়ৰ পৰ্যবেক্ষণ, ‘মুছলমান পুৰুষে বিচাৰিলে ৪গৰাকী পৰ্যন্ত বিয়া কৰাব পাৰিব৷ চৰ্ত এটাই, সকলোকে ভালে ৰাখিব লাগিব৷’

মহিলা এগৰাকীৰ অভিযোগ আছিল যে, তেওঁৰ স্বামীয়ে প্ৰথম বিবাহৰ কথা লুকুৱাই গোপনে তেওঁক বিয়া কৰাই আনিছিল৷ আনকি বিবাহৰ পাছত তেওঁক ধৰ্ষণো কৰিছে৷ মোৰাদাবাদ থানাত দাখিল হোৱা অভিযোগক লৈ মোৰাদাবাদ নিম্ন আদালতত দীৰ্ঘদিন বিচাৰপ্ৰক্ৰিয়া চলে৷ স্বামী ফুৰকানৰ অধিবক্তাৰ দাবী, অভিযোগকাৰীয়ে নিজেই স্বীকাৰ কৰিছে যে ফুৰকানে দ্বিতীয় বিবাহেই কৰাইছে৷ আৰু ইছলামত দ্বিতীয় বিবাহ অপৰাধ নহয়৷ আৰু বিবাহৰ পাছত ধৰ্ষণৰ অভিযোগ বৈধ হ’ব নোৱাৰে৷

এই গোচৰ এলাহবাদ হাইকৰ্টলৈ যায়৷ সম্প্ৰতি এলাহবাদ হাইকৰ্টৰ ন্যায়াধীশ অৰুণ কুমাৰ সিঙ দেশৱালে এই গোচৰৰ পৰ্যবেক্ষণত জনাইছে, ‘মুছলমান পুৰুষে এগৰাকীতকৈ বেছি বিয়া কৰাব পাৰে৷ কাৰণ ভাৰতত মুছলমানসকলৰ বিবাহ সংক্ৰান্তিয় সকলো আইন শৰিয়তৰ নিয়ম অনুসৰি নিয়ন্ত্ৰিত৷ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই গোচৰ নপৰে৷ আৰু শৰিয়ত অনুসৰি মুছলমান পুৰুষে ৪গৰাকী পৰ্যন্ত বিয়া কৰাব পাৰে৷ চৰ্ত এটাই, সকলোকে ভালে ৰাখিব লাগিব৷ ন্যায়াধীশৰ পৰ্যবেক্ষণ, কোৰাণ অনুসৰি বৈধ কাৰণ থাকিলে মুছলমানে এটাতকৈ বেছি বিয়া কৰাব পাৰে৷ কিন্তু সেই নিয়মৰ অপব্যৱহাৰ বাঢ়িছে৷ বহুতেই ব্যক্তিগত স্বাৰ্থত বেছি বেছিকৈ বিয়া কৰাইছে৷ যাৰকাৰণে অভিন্ন দেৱানী বিধি আৰম্ভ হোৱাটো জৰুৰী বুলি ধাৰণা কৰিছে আদালতে৷’ শেষ পৰ্যন্ত অন্তৰ্বৰ্তীকালীন ৰায়ত ফুৰকানৰ দুই বিবাহকেই বৈধ বুলি জনাইছে আদালতে৷ আগন্তুক ২৬ মে’ত আকৌ গোচৰৰ শুনানি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
Next Post
বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.