• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

1 year ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

37 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

56 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

1 hour ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

2 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

8 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ

editor by editor
May 15, 2025
in জীৱনশৈলী
0
বুধাদিত্য যোগৰ প্ৰভাৱত উন্নতিৰ জখলাৰে বগাব আপুনিও! ২৩মে’ৰ পৰা জীৱন সলনি হৈ পৰিব এই ৫ৰাশিৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্যই আজি ১৫ মে ২০২৫ৰ নিশা ১২ বাজি ২০ মিনিটত মেষ ৰাশি এৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে৷ সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰাৰ এই দিনটো বৃষ সংক্ৰান্তি হিচাপে পালিত হৈছে৷ ইয়াৰপাছতেই আগন্তুক ২৩ মে’ৰ দুপৰীয়া ১ বাজি ৫ মিনিটত মেষ ত্যাগ কৰি বৃষ ৰাশিত গোচৰ কৰিব বুধে৷ বুধ আৰু সূৰ্যই একত্ৰিত হৈ গঠন কৰিব শক্তিশালী বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱত ২৩ মেৰ পৰা জীৱনত চকুত লগা পজিটিভ পৰিবৰ্তন আহিব ৫ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত লাভৱান হব কোন কোন ৰাশি?

মেষ ৰাশি

বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আত্মবিশ্বাস তুংগত থাকিব মেষ ৰাশিৰ জাতকৰ৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে এই সময়ত তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ মতামতে গুৰুত্ব পাব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে মেষ ৰাশিৰ জাতকক সহায় কৰিবলৈ আগুৱাই আহিব৷ বৈদ্যুতিন মিডিয়া আৰু প্ৰযুক্তিৰ সৈতে যুক্ত ব্যক্তি লাভৱান হব পাৰে৷

সিংহ ৰাশি

বুধাদিত্য ৰাজযোগত জীৱন সলনি হ’ব সিংহ ৰাশিৰ জাতকৰ৷ ২৩ মে’ৰ পৰা এই ৰাশিৰ জাতক নানান দিশৰ পৰা লাভৱান হব৷ এই সময়ত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু বিকশিত হব৷ কাৰ্যালয়ত পদোন্নতি কৰিব আৰু নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে৷ আৰ্থিক ভাৱেও এই সময় আপোনাৰ বাবে অনুকূল হব৷ পূৰ্বৰ বিনিয়োগৰ পৰা ভাল মুনাফা অৰ্জন কৰিব৷ পৰিয়াল আৰু সমাজত আপোনাৰ সন্মান বাঢ়িব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ বুধাদিত্য ৰাজযোগৰ সুফল পূৰ্ণমাত্ৰাই লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত প্ৰতিভা আৰু যুক্তিবোধ মজবুত হব কন্যা ৰাশিৰ জাতকৰ৷ সাহিত্য ৰচনা, লেখাপঢ়া, সংবাদমাধ্যমৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষভাৱে লাভৱান হব৷ ৰৈ যোৱা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন কামৰ সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷

তুলা ৰাশি

বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত সামাজিক যোগাযোগ বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ নতুন মানুহৰ সৈতে আলাপ হোৱাৰ ফলত আপুনি লাভৱান হব৷ অংশীদাৰীৰ ব্যৱসায়ত বৃহৎ মুনাফা লাভৰ যোগ আছে৷ ফেশ্ব্যন ইণ্ডাষ্ট্ৰি, ইণ্টেৰিঅ’ৰ ডেকৰেচন আৰু শিল্পৰ সৈতে যুক্ত ব্যক্তি লাভৱান হব৷ আৰ্থিক উন্নতিৰো যোগ আছে৷ ব্যক্তিগত জীৱনত সুখ থাকিব৷

মীন ৰাশি

বুধাদিত্য ৰাজযোগ গঠিত হোৱাত ২৩ মে’ৰ পৰা বৃহৎ উন্নতি হব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি টেনছনৰ পৰা মুক্তি পাব আৰু মন আনন্দিত থাকিব৷ আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷ মানসিক শান্তি বিচাৰি পাব৷ শিক্ষাক্ষেত্ৰ আৰু গৱেষণাৰ সৈতে যুক্ত ব্যক্তিৰ সন্মুখত উন্নতিৰ পথ খুল খাব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
Next Post
লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

লাহে লাহে সাগৰৰ বুকুত জাহ গৈছে এখন বিলাসী বিমানবন্দৰ, ১৩ লাখ কোটিতকৈ আধিক ব্যয়েৰে নিৰ্মাণ হৈছিল এই বিমান বন্দৰ, ক’ত এই ঘটনা?

পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ জানো? অপাৰেছন সেন্দূৰৰ পাছত প্ৰথমবাৰ কাশ্মীৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিয় কৰিছে এই প্ৰশ্ন?

পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ জানো? অপাৰেছন সেন্দূৰৰ পাছত প্ৰথমবাৰ কাশ্মীৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিয় কৰিছে এই প্ৰশ্ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.