• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

1 year ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

5 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

5 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

6 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

7 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

7 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

8 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

9 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

9 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

10 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

10 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

editor by editor
May 20, 2025
in বিবিধ, ভাৰত
0
যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

চিকিৎসক বুলিলেই সাধাৰণতে ভাগৱানৰ অৱতাৰ বুলি মনা হয়। কাৰণ বিপদৰ সময়ত সেই চিকিৎসকেই ভগৱানৰ দৰে হৈ আহি ভাল কৰি দিয়ে ৰোগ। কেৱল চিকিৎসককেই নহয়, সম্পূৰ্ণ মেডিকেল বিভাগটোকেই সন্মানৰ চকুৰে চায় সাধাৰণ লোকে। পাছে সেই চিকিৎসকেই কৰিলে সৰ্বনাশ কাণ্ড।

যুৱকৰ সৈতে মিলি কৰিলে গোপন ভিডিঅ, আৰু সেই ভিডিঅ বিক্ৰি কৰি উপাৰ্জন কৰিলে ধন। শেষত চিকিৎসকৰ পত্নীয়েই ধৰা পেলালে সকলো। প্ৰমাণ সহকাৰে সকলোৰে সমুখলৈ অনাৰ লগতে আৰক্ষীৰো কাষ চাপে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ খলীলাবাদত। পেছাত স্বামী এগৰাকী জেইলৰ চিকিৎসক। কাৰাগাৰৰ ৰোগীক চোৱা-চিতা কৰে স্বামীয়ে। পাছে বিবাহৰ পাছত পত্নীৰ সৈতে নাথাকে স্বামী।

বিবাহৰ পাছত চিকিৎসক স্বামীয়ে পত্নীক লগত ননাৰ পাছতে সন্দেহ আৰম্ভ হয় পত্নীৰ। পত্নীয়ে কৰ্মস্থলীৰ ঘৰলৈ আহিলেও লগে লগে পুনৰ পঠিয়াই দিয়ে গাঁৱৰ ঘৰলৈ। পত্নীৰ সৈতে কোনো সম্পৰ্কও স্থাপন নকৰে স্বামীয়ে।

যাৰ বাবে এদিন পত্নী হঠাতে কৰ্মস্থলীৰ ঘৰলৈ আহি দেখে অন্য যুৱক ঘৰলৈ মাতি সজাই পৰাই নীলা চবি নিৰ্মাণ কৰি আছে। পত্নীয়ে হাতে লোটে ধৰা পেলোৱাত ওলোটাই স্বামীয়ে মাৰপিট কৰে পত্নীক।

কোনোমতে সেই স্থানৰ পৰা আহি আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পত্নী। লগত লৈ আহে স্বামীৰ সেই গোপন ভিডিঅ। যি ভিডিঅ ইতিমধ্যে সংবাদ কৰ্মীৰ সৈতে ভাগ-বতৰা কৰাৰ লগতে আৰক্ষীৰ ওচৰতো দাখিল কৰে।

আৰক্ষীয়ে পত্নীৰ গোচৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে পত্নীৰ আন এক বিস্ফোৰক মন্তব্য- চিকিৎসক স্বামী ট্ৰান্স জেণ্ডাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Doctor Viral Videouttar pradeshUttar Pradesh Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
কাইলৈ ৫ ৰাশিৰ জীৱনলৈ আহিব সকৰাত্মক দিশ, বেয়া সময়ৰ অন্ত

কাইলৈ ৫ ৰাশিৰ জীৱনলৈ আহিব সকৰাত্মক দিশ, বেয়া সময়ৰ অন্ত

বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব’, এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

বিশ্বৰ আটাইতকৈ ব্যয়বহুল টিভি শ্ব', এটা খণ্ডৰ খৰচ ৮৫৬ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.