• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

39 minutes ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

1 hour ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

2 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

3 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

3 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
May 27, 2025
in জীৱনশৈলী
0
আজি শনি জয়ন্তী, শনি জয়ন্তীতেই শনিৰ আশীৰ্বাদত ধন সুখ বাঢ়িব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনি হৈছে কৰ্মফলৰ দেৱতা। যিয়ে যি কাম কৰে তাৰেই ফল দিয়ে শনিয়ে। ভাল কাম কৰিলে যেনেকৈ শনিৰ কৃপা বৰ্ষিত হয় তেনেকৈ বেয়া কাম কৰিলে শনিয়ে নিৰ্দয়ভাৱে শাস্তি দিয়ে। ২৭ মে মঙলবাৰে শনি জয়ন্তী পালিত হব। এই বছৰ শনি জয়ন্তীত শনিয়ে ৩০ বছৰৰ পাছত মীন ৰাশিত গোচৰ কৰিছে। মীন হৈছে বৃহস্পতিৰ গ্ৰহ। অৰ্থাৎ তিনি দশকৰ পাছত গুৰুগ্ৰহ বৃহস্পতিৰ ঘৰলৈ আহিছে শনি। জানি থওক শনিৰ প্ৰিয় ৰাশি কি কি, এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে কৰ্মফলদাতা শনিয়ে।

বৃষ ৰাশি

ৰাশিচক্ৰৰ প্ৰথম যি ৰাশিত শনিৰ শুভ দৃষ্টি থাকে সেয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ আৰু শনি পৰস্পৰৰ বন্ধু গ্ৰহ। সেয়ে শনিৰ সুপ্ৰভাৱ থাকে এই ৰাশিৰ জাতকৰ ওপৰত। শনিৰ কৃপাত সহজেই কেৰিয়াৰত সাফল্য আৰু সমৃদ্ধি লাভ কৰে তেওঁলোকে। শনি জয়ন্তীত শনিৰ কৃপাত এইবাৰ বিশেষ কোনো লাভ পাব পাৰে এওঁলোকে।

তুলা ৰাশি

শনিৰ দ্বিতীয় প্ৰিয় ৰাশি হৈছে তুলা। তুলা হৈছে শনিৰ উচ্চৰাশি। ইয়াৰোপৰি তুলাৰো অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ আৰু শনি মিত্ৰ গ্ৰহ হোৱাত গ্ৰহৰাজৰ কৃপাত সহজেই উন্নতি কৰিব পাৰে তুলা ৰাশিৰ জাতকে। এওঁলোকে চাকৰি কৰক বা ব্যৱসায় সকলোতে উন্নতি কৰিব পাৰে। শনিৰ কৃপাত এওঁলোকৰ সাৰেসাতি আৰু ধাইয়া দশাতো খুব এটা কষ্ট নহয়।

মকৰ ৰাশি

শনিৰ তৃতীয় প্ৰিয় ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি নিজেই। শনিৰ কৃপাত মকৰ ৰাশিৰ জাতকে কঠোৰ পৰিশ্ৰমী আৰু ডিছিপ্লিন মানি চলে। শনিয়ে এওঁলোকক সকলো সুযোগ সুবিধা দিয়ে। এওঁলোকে সকলো কামতেই সাফল্য লাভ কৰে। শনিৰ চাৰেসাতি আৰু ধাইয়াতো এওঁলোক বেছি সমস্যাত নপৰে। শনিৰ প্ৰভাৱ এওঁলোকৰ ওপৰত ভালধৰণেই পৰে।

কুম্ভ ৰাশি

শনিৰ প্ৰিয় ৪ৰাশিৰ মাজত চতুৰ্থটো হৈছে কুম্ভ। এই ৰাশিৰো অধিপতি গ্ৰহ হৈছে শনি। ইয়াৰোপৰি কুম্ভ হৈছে শনিৰ মূল ত্ৰিকোণ চিহ্ন। শনিৰ কৃপাত কুম্ভ ৰাশিৰ জাতক যেনেকৈ পৰিশ্ৰমী হয় তেনেকৈ সহজে সকলোৰে সৈতে মিলামিছাও কৰিব পাৰে। এওঁলোক পৰিশ্ৰমী আৰু বুদ্ধিমান। শনিৰ সুপ্ৰভাৱত সহজে সম্পদ আৰু সমৃদ্ধি লাভ কৰিব পাৰে এওঁলোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.