• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

1 year ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

29 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

54 minutes ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

9 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

10 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

12 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

13 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ

editor by editor
May 27, 2025
in অপৰাধ, ভাৰত
0
পকছোৰ পৰা ৰেহাই পালে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে, আদালতে বন্ধ কৰিলে গোচৰ
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাবালিকাৰ ওপৰত  যৌন নিৰ্যাতনৰ অভিযোগত এইবাৰ স্বস্তি লাভ কৰিলে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে। তেওঁৰ বিৰুদ্ধে পকছো আইনত তৰা গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাউছ কৰ্টে। আৰক্ষীয়ে দিয়া ৰিপৰ্টৰ বিৰোধীতা কৰা নাই তেওঁৰ বিৰুদ্ধে অভিযোগ অনা অভিযোগকাৰিনীয়ে। যাৰ বাবে এই গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাইকৰ্টে।

ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল ৬গৰাকী মহিলা মল্লযুঁজাৰুয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিষয়ক লৈ বিভিন্ন চৰ্চা হৈছিল। ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ তুলিছিল বজৰং পুনিয়া, সাক্ষী মালিক, ভিনেশ ফোগাটকে ধৰি ৬গৰাকী মহিলা মল্লযুঁজাৰুৱে। ২০২৩ চনৰ জুনত সেই গোচৰৰ চাৰ্জশ্বিট জমা দিছিল দিল্লী আৰক্ষীয়ে। আৰু তাতেই নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ বাতিল কৰাৰ আৰ্জি জনাইছিল দিল্লী আৰক্ষীয়ে।

আৰক্ষীৰ তৰফৰ পৰা দিয়া ৰিপৰ্ট পেছ কৰি আদালতক জনোৱা হৈছিল যে নাবালিকাৰ ওপৰত যি যৌন নিৰ্যাতনৰ ঘটনা ঘটাৰ অভিযোগ অনা হৈছে সেয়া ভুৱা। আৰক্ষীৰ এই ৰিপৰ্টৰ পাছতেই নিৰ্যাতিতাৰ পিতৃক নটিছ দিয়ে আদালতে। ইয়াৰপাছতেই ২০২৩ চনৰ আগষ্ট মাহত সোঁশৰীৰে আদালতত হাজিৰ হয় অভিযোগকাৰীণী আৰু তেওঁৰ পিতৃ। আদালতেও একাধিক প্ৰশ্ন কৰিছিল অভিযোগকাৰিনীক। সকলোবোৰ তদন্তৰ শেষত সোমবাৰে দিল্লীৰ পাতিয়ালা হাউচ কৰ্টে ব্ৰিজভূষণৰ বিৰুদ্ধে পকছো আইনত চলা গোচৰ বন্ধ কৰে। আদালতৰ সেই ৰায়ৰ পাছতেই সৰৱ হৈছে ব্ৰিজভূষণৰল সন্তান প্ৰতীক ভূষণ সিং। তেওঁৰ দাবী, প্ৰতিহিংসা পৰায়ণ হয়েই তেওঁৰ পিতৃক কাঠগড়াত তোলা হৈছে। এনেকৈয়ে বাকী অভিযোগসমূহো মিছা প্ৰমাণিত হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.