• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

11 months ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

36 minutes ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

1 hour ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

2 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

3 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

4 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

19 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

19 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

20 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

21 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

22 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

22 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?

editor by editor
May 27, 2025
in জীৱনশৈলী
0
পুটিনক শেষ কৰাৰ চেষ্টা, হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোণ আক্ৰমণ ইউক্ৰেইনৰ! কি কি দাবী ৰুছ কমাণ্ডাৰৰ?
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজে মাজে শান্তিৰ কথা ওলায়, তাৰপাছতেই আকৌ যুদ্ধ আৰম্ভ হয়। অব্যাহত থাকে মৃত্যুমিছিল। চলিয়েই আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। এইবাৰ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনকেই হত্যাৰ চেষ্টা চলাইছে ইউক্ৰেইনে। ৰুছ সেনাৰ তৎপৰতাত এই চেষ্টা বিফল হৈছে যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছে ভ্লাডিমিৰ পুটিনৰ। এই দাবী কৰি এক্স হেণ্ডেলত বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ৰাছিয়াৰ বিমান প্ৰতিৰক্ষা ইউনিটৰ কমাণ্ডাৰ ইউৰি দাছকিনে। তেওঁ কয় যে, বিগত২০ মেত কুৰ্স্কত পুটিনৰ হেলিকপ্টাৰক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ইউক্ৰেইনে। সেইদিনা ড্ৰোণ আক্ৰমণো চলোৱা হৈছিল। ৰুছ প্ৰতিৰক্ষা বাহিনীৰ তৎপৰতাতহে কথমপি প্ৰাণ ৰক্ষা পৰে ৰুছ প্ৰেছিডেণ্টৰ।

তেওঁ কয়-প্ৰেছিডেণ্টৰ বিমান সেই স্থানত উপস্থিত হোৱাৰ পূৰ্বেই ড্ৰোণসমূহ চিহ্নিত কৰি ধ্বংস কৰিছে ৰাছিয়াৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থাই। গুৰি কৰি দিয়া হৈছে ৪৬খন ড্ৰোন। কেৱল ইয়াতেই শেষ নহয়, ৰুছ কমাণ্ডাৰে লগতে জনায় যে বিগত ২০ৰ পৰা ২২ মেৰ ভিতৰত ৰাছিয়াত কেইবাবাৰো আক্ৰমণ চলাইছে ইউক্ৰেইনে। তিনিটা দিনতেই প্ৰতিপক্ষৰ ১১৭০খন ড্ৰোন ধ্বংস কৰা হৈছে।

উল্লেখ্য যে বিগত সপ্তাহৰ আৰম্ভণিতেই কুৰ্স্কলৈ গৈছিল ভ্লাডিমিৰ পুটিন। ৰুছ কমাণ্ডাৰৰ অভিযোগ, ঠিক সেই সময়তেই আক্ৰমণৰ তীব্ৰতা বাঢ়িছিল ইউক্ৰেইনৰ। পুটিনৰ এই যাত্ৰাত অৱশ্যে কোনো বিপদ ঘটা নাই। তেওঁ নিৰাপদেই যাত্ৰা সামৰি মস্কোত উপস্থিত হৈছে। ষড়যন্ত্ৰৰ বিস্তাৰিত বিৱৰণ জানিবলৈকো তদন্ত আৰম্ভ কৰিছে ৰুছ সেনাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

May 2, 2026
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!
জীৱনশৈলী

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

May 2, 2026
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?
জীৱনশৈলী

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

May 2, 2026
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত
জীৱনশৈলী

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

May 2, 2026
Next Post
ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.