• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

1 year ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

28 minutes ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

48 minutes ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

1 hour ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

2 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

2 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

3 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

4 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

18 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

18 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

19 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

19 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

editor by editor
May 27, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে ইয়াৰ প্ৰতিশোধ স্বৰূপে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ অপাৰেচন সিন্দূৰ চলাইছিল। এই সন্দৰ্ভত অহৰহ আপডেট আহি আছে। প্ৰথমে সেনাই ভিডিঅ’ আৰু ফটো মুকলি কৰি এই অভিযানৰ বিষয়ে তথ্য প্ৰকাশ কৰিছিল।

এতিয়া পুনৰ এক নতুন ভিডিঅ প্ৰকাশ পাইছে। এইবাৰ সীমান্ত নিৰাপত্তা বাহিনী(BSF) এ অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ প্ৰকাশ কৰি কয় যে বি এছ এফে পাকিস্তানৰ ৭২টাকৈ পোষ্ট ধ্বংস কৰিবলৈ সক্ষম হৈছিল।

আজি মঙলবাৰ ২৭ মে’ তাৰিখে প্ৰকাশ পোৱা অপাৰেচন সিন্দূৰৰ এটা নতুন ভিডিঅ’ত দেখা গৈছে যে পাকিস্তানৰ ভূখণ্ডৰ গভীৰতম সন্ত্ৰাসবাদী শিবিৰত বি এছ এফে নিখুঁত আক্ৰমণ চলাইছে।

https://x.com/Goreunit/status/1927263971771375797

সংবাদ মাধ্যমক সম্বোধন কৰি বি এছ এফৰ জম্মু সীমান্তৰ মহাপৰিদৰ্শক শশাংক আনন্দে কয় যে বি এছ এফে লনী, মস্তপুৰ, ছাব্বৰাকে ধৰি আখনুৰ, চাম্বা আৰু আৰ এছ পুৰা ছেক্টৰত কেইবাটাও সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰে।

তেওঁ লগতে ইয়াকো কয় যে, “৯-১০ মে’ত পাকিস্তানে আখনুৰ ছেক্টৰত গুলীচালনা আৰম্ভ কৰি বি এছ এফৰ পোষ্টসমূহক লক্ষ্য কৰি লৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি লস্কৰ-ই-টাইবাৰ ল’নি লঞ্চ পেডত আক্ৰমণ কৰি যথেষ্ট ক্ষতিসাধন কৰিছিলো।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BSFIndia PakistanIndian SoldiersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

September 3, 2026
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ
ভাৰত

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

September 3, 2026
Next Post
সিংহ ৰাশিত সূৰ্য-কেতুৰ শক্তিশালী যোগ, ৩ ৰাশিয়ে লাভ কৰিব নাম, যশ, টকা

সিংহ ৰাশিত সূৰ্য-কেতুৰ শক্তিশালী যোগ, ৩ ৰাশিয়ে লাভ কৰিব নাম, যশ, টকা

কৰ ৰেহাই বিনিয়োগৰ কথা ভাবিছে নেকি, তেন্তে কাষ চাপক ডাকঘৰৰ, জানক ৫ টা যোজনা

কৰ ৰেহাই বিনিয়োগৰ কথা ভাবিছে নেকি, তেন্তে কাষ চাপক ডাকঘৰৰ, জানক ৫ টা যোজনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.