• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

1 year ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

12 minutes ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

36 minutes ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

2 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

3 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

3 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

4 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

5 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

5 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰই কৈছে যে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহৰ মহাদশা আৰু অন্তৰ্দশা চলে৷ বিভিন্ন গ্ৰহৰ এই মহাদশা আৰু অন্তৰ্দশাৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতকৰ ওপৰত স্পষ্টকৈ বুজা যায়৷ আমি শনিৰ দশা, অন্তৰ্দশা, মহাদশা সম্পৰ্কে জানো৷ কিন্তু জানেনে বৃহস্পতিৰ মহাদশা চলে ১৬ বছৰ৷ জ্যোতিষ অনুসৰি কোষ্ঠীত বৃহস্পতি শুভ স্থানত থাকিলে ব্যক্তি ভাগ্যবান হয়৷ বৃহস্পতিৰ শুভ প্ৰভাৱত জাতকৰ ব্যক্তিত্বক সুন্দৰ আৰু আকৰ্ষণীয় কৰি তোলে৷ এওঁলোক উচ্চশিক্ষিত, জ্ঞানী আৰু উদাৰ প্ৰকৃতিৰ হয়৷ কিন্তু কোষ্ঠীত বৃহস্পতি অশুভ হলে দাৰিদ্ৰ আৰু দুৰ্ভাগ্যই গ্ৰাস কৰে জাতকক৷ আমি কব বিচাৰিছো বৃহস্পতিৰ মহাদশা সন্দৰ্ভত৷ গুৰুগ্ৰহৰ মহাদশা কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? কোনকোন ৰাশিৰ বাবে ক্ষতিকৰ? জানি থওক বৃহস্পতিৰ মহাদশা সম্পৰ্কে৷

কোষ্ঠীত বৃহস্পতি শুভ হলে

বৃহস্পতি কোষ্ঠীত শুভ স্থিতিত থাকিলে ব্যক্তিয়ে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰে৷ ইয়াৰোপৰি জাতকে শিক্ষাদীক্ষাত শীৰ্ষ স্থান দখল কৰিব৷ এনে জাতকৰ জীৱনত কেতিয়াও অৰ্থাভাৱ নাহে৷ ইয়াৰোপৰি ধৰ্মীয় বিষয়ত আগ্ৰহ থাকে এইসকল লোকৰ৷ এওঁলোক আশাবাদী আৰু ঈশ্বৰ বিশ্বাসী হয়৷ ইয়াৰোপৰি কোষ্ঠীত বৃহস্পতিৰ পৰিস্থিতি  শুভ থাকিলে জাতক সৎ আৰু জ্ঞানী হয়৷ বৃহস্পতিৰ শুভ প্ৰভাৱত জাতকে সুসন্তান লাভ কৰে৷ এই ব্যক্তি শিক্ষা বিভাগত কৰ্মৰত থাকিব পাৰে৷ ইয়াৰোপৰি জ্যোতিষীও হব পাৰে৷ কোষ্ঠীত বৃহস্পতি ভাল স্থানত থাকিলে বৃহস্পতিৰ মহাদশা চলাৰ সময়ত উন্নতিৰ শিখৰ আৰোহন কৰিব পাৰে জাতকে৷ গুৰুৰ মহাদশাৰ শুভ প্ৰভাৱত এই ১৬ বছৰত জাতক ৰজা হৈ উঠিব পাৰে৷

কোষ্ঠীত বৃহস্পতি অশুভ হলে

বৃহস্পতি কোষ্ঠীত অশুভ পৰিস্থিতিত থাকিলে জাতকৰ সমস্ত কামত বাধা আহে৷ তেওঁলোকে একাধিক চেলেঞ্জৰ মোকাবিলা কৰিব লগা হয়৷ তেওঁৱোকে দেৱদ্বিজ মতি নাথাকে৷ সাধাৰণতে এওঁলোক নাস্তিক হয়৷ বৃহস্পতিৰ অশুভ স্থানত থাকিলে জাতকৰ শৰীৰত নানান অসুখ বিসুখে বাঁহ বান্ধে৷ পেটৰ ৰোগ, বদহজম, পেট বিষ, এচিডিটি, দুৰ্বল হজম শক্তি, কৰ্কটৰ দৰে ৰোগত ভোগাৰ সম্ভাৱনা থাকে৷ ইয়াৰোপৰি জাতকৰ দাম্পত্য জীৱনতো সুখ নাথাকে৷ তেওঁলোকৰ বিবাহতো বাধা আহে৷ কোষ্ঠীত বৃহস্পতি অশুভ হলে, বৃহস্পতিৰ মহাদশাৰ মাজত জাতকৰ জীৱনলৈ আৰু সমস্যা আহে৷ জানি থওক এই পৰিস্থিতিত কি কি কাম কৰিলে বৃহস্পতিৰ মহাদশাৰ পৰা ৰেহাই পাব?

বৃহস্পতিৰ মহাদশাৰ পৰা মুক্তিৰ উপায়

  • কোষ্ঠীত বৃহস্পতি অশুভ পৰিস্থিতিত থাকিলে গুৰুগ্ৰহৰ মহাদশাত প্ৰতি বৃহস্পতিবাৰে উপবাস কৰক৷
  • বৃহস্পতিদেৱৰ আৰাধনা কৰিলে শুভ ফল পাব৷ ইয়াৰ সৈতে নাৰায়ণৰ পূজা কৰিলেও উপকাৰ পাব৷
  • গা ধোৱাৰ সময়ত সামান্য হালধি মিহলোৱা পানীৰে গা ধুব৷ ইয়াৰ ফলত বৃহস্পতিৰ অশুভ প্রভাৱ কমিব৷
  • বৃহস্পতিৰ অশুভ পৰিস্থিতিত তাৰ মহাদশাৰ চিকাৰ হলে বৃহস্পতিবাৰে মন্দিৰলৈ গৈ কলগছৰ পূজা কৰক৷ হালধি, গুৰ আৰু বেচন নিবেদন কৰক৷ ইয়াৰ ফলত বৃহস্পতিৰ কাৰণে তৈয়াৰ হোৱা সমস্যা দূৰ হব৷
  • বৃহস্পতিবাৰে দৰিদ্ৰ আৰু অসহায় ব্যক্তিসকলে কল আৰু হালধীয়া মিঠাই দান কৰিলেও বৃহস্পতিৰ অশুভ দশা দূৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
Next Post
কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

প্ৰেম এনেকুৱাই...! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.