• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

1 year ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

4 minutes ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

35 minutes ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

2 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

2 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

4 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

4 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

6 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

7 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

8 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

8 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

9 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩ জুন ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ জেঠৰ শুক্লা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ৰবি যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্রভাৱ৷ কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মক মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ৩ জুন বিশেষ শুভ দিন হব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব৷ বজৰংবলীৰ কৃপাত সকলো কামেই সম্পূৰ্ণ কৰিব পাৰিব আপুনি৷ আৰ্থিক অৱস্থা মজবুত হব৷ নতুন সম্পত্তি ক্ৰয়ৰ কথা আগুৱাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত প্ৰতিপত্তি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

কাইলৈ হৰ্ষণা যোগত নানান দিশৰ পৰা লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ কাইলৈ মনৰ সকলো অপূৰ্ণ ইচ্ছা পূৰণ হব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰামেৰে দিন কটাব পাৰিব আপুনি৷ কাইলৈ আপোনাৰ লাইফষ্টাইল আৰু চিন্তাভাৱনাত পজিটিভ কিছু পৰিবৰ্তন আহিব৷ কাইলৈ কোনো সূত্ৰৰ পৰা অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰিব৷

কন্যা ৰাশি

কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰ দেৱীৰ কৃপাত লাভৰ মুখ দেখিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰিব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ পৰিয়ালত অশান্তি চলিলে এইবাৰ দূৰ হব৷ ধৰ্মীয় অনুষ্ঠানত যোগ দিব পাৰে কন্যা ৰাশিৰ জাতকে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হব৷ নতুন চাকৰি লাভৰ যোগ আছে৷

বৃশ্চিক ৰাশি

কাইলৈ ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ কাইলৈ নিজৰ মধুৰ ব্যৱহাৰেৰে আপুনি সকলোৰে মন জয় কৰিব পাৰে৷ পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে চাৰপ্ৰাইজ পাৰ্টি আয়োজন কৰিব পাৰে৷ কাইলৈ আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ কাৰ্যালয়ত সকলোকে নেতৃত্ব দি সঠিক টিম ৱৰ্ক কৰি সকলো কাম আপুনি সময়ক শেষ কৰিব পাৰিব৷

মকৰ ৰাশি

কাইলৈ মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কৰ্মৰত ব্যক্তিয়ে কাইলৈ উল্লেখযোগ্য্য সাফল্য পাব৷ ব্যৱসায়ত কাইলৈ উন্নতি কৰাৰ যোগ আছে৷ প্ৰতিযোগীসকলৰ সৈতে কাইলৈ কঠিন যুঁজত অৱতীৰ্ণ হব পাৰে মকৰ ৰাশিৰ জাতক৷ শহুৰৰ ঘৰৰ পৰা জৰুৰী সাহায্য লাভ কৰিব৷ দাম্পত্য জীৱনত সুখ বৰ্তী থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে
বাণিজ্য

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
Next Post
প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

প্ৰেম এনেকুৱাই...! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.