• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

1 year ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

4 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

5 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

5 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

6 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

7 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

7 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

8 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

10 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

11 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

editor by editor
June 6, 2025
in বাণিজ্য, বিশ্ব, ভাৰত
0
এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

ভাৰত চৰকাৰে কোটি কোটি এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ সুৰক্ষা সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণী সেই ডিভাইচসমূহৰ বিষয়ে যিবোৰ Qualcomm চিপছেটত চলে।

এই সতৰ্কবাণী CERT-In (ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল)ৰ দ্বাৰা জাৰি কৰা হৈছে য’ত কোৱা হৈছে যে এই ডিভাইচসমূহত গুৰুতৰ সুৰক্ষাৰ ত্ৰুটি পোৱা গৈছে। এই দুৰ্বলতাসমূহৰ বিষয়ে প্ৰথমে গুগলৰ থ্ৰেট এনালাইছিছ গ্ৰুপে প্ৰকাশ কৰিছিল।

CERT-In ৰ মতে, এই নিৰাপত্তাজনিত ত্ৰুটিৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে আপোনাৰ ডিভাইচৰ পৰা স্পৰ্শকাতৰ তথ্য চুৰি কৰি ইচ্ছাকৃত ক’ডিঙৰ জৰিয়তে ফোনটো হেক কৰিব পাৰে।

চলিত মাহত প্ৰকাশ পোৱা নিৰাপত্তা বুলেটিনক ‘হাই ৰিস্ক’ শিতানত স্থান দিয়া হৈছে। ইয়াত কোৱা হৈছে যে কোৱালকমৰ বহুতো জনপ্ৰিয় চিপছেট, জিপিইউ আৰু ৱাই-ফাই মডেমত একেলগে কেইবাটাও গুৰুতৰ ত্ৰুটি পোৱা গৈছে।

বুলেটিন অনুসৰি স্নেপড্ৰেগন ৪৮০ + ৫জি, স্নেপড্ৰেগন ৬৬২, স্নেপড্ৰেগন ৮ জেন ২ আৰু আনকি শেহতীয়াকৈ স্নেপড্ৰেগন ৮ জেন ৩ (২০২৪ ফ্লেগশ্বিপ চিপ)ৰ দৰে মডেলতো ইয়াৰ প্ৰভাৱ পৰিছে। এই ভাবুকিসমূহৰ প্ৰতি লক্ষ্য ৰাখি কোৱালকমে ইয়াৰ সকলো অংশীদাৰ, ব্যৱহাৰকাৰী আৰু ব্যৱসায়িক ক্লায়েণ্টক সতৰ্ক কৰি দিছে

চাইবাৰ অপৰাধীৰ দৃষ্টিত থাকে এমে ফোন সমূহ। যদি আপোনাৰ ফোনটোৱে কোৱালকম চিপছেটত কাম কৰে, তেন্তে লগে লগে মে ২০২৫ চনৰ এণ্ড্ৰইড ছিকিউৰিটি পেচ ইনষ্টল কৰক। ই আপোনাৰ ডিভাইচক এই ভাবুকিসমূহৰ পৰা সুৰক্ষিত কৰিব পাৰে।

কেনেকৈ আপডেট কৰিব:
ফোনটোৰ Settings লৈ যাওক
তললৈ স্ক্ৰল কৰক আৰু চিষ্টেম আপডেটত ক্লিক কৰক
চেক ফৰ আপডেটত টেপ কৰক
নতুন আপডেট বুলি পালে ইনষ্টল কৰক
ফোনটো পুনৰ ৰিবুট কৰক
এতিয়া আপোনাৰ ফোনটো শেহতীয়া সুৰক্ষা আপডেটৰ সৈতে সুৰক্ষিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Android Phonescyber crimeSecurity Alert
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
বাৰ্লিনত দেশী সাজেৰে বিয়াত বহিল সাংসদ মহুৱা মৈত্ৰ! তেওঁ বিবাহত পৰিধান কৰা শাৰীৰ দাম জানিলে চকু কঁপালত উঠিব আপোনাৰ

বাৰ্লিনত দেশী সাজেৰে বিয়াত বহিল সাংসদ মহুৱা মৈত্ৰ! তেওঁ বিবাহত পৰিধান কৰা শাৰীৰ দাম জানিলে চকু কঁপালত উঠিব আপোনাৰ

১৪ ঘণ্টা ধৰি লিভাৰৰ কৰ্কটৰ অস্ত্ৰোপচাৰ দীপিকাৰ, কিমান জটিল এই চিকিৎসা? পাছলৈ কি সমস্যাত ভূগিব পাৰে?

১৪ ঘণ্টা ধৰি লিভাৰৰ কৰ্কটৰ অস্ত্ৰোপচাৰ দীপিকাৰ, কিমান জটিল এই চিকিৎসা? পাছলৈ কি সমস্যাত ভূগিব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.