• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

10 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

21 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

47 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি... আৰু কি কি লাভালাভ?

editor by editor
June 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি খুবেই দুখত আছে৷ হঠাৎ আপোনাৰ আপোনজনে মৰমেৰে আপোনাক আলিংগন কৰিলে৷ তেতিয়া সকলো দুখৰ পৰাই যেন ক্ষন্তেক সময়ৰ বাবে মুক্ত হৈ পৰাৰ অনুভৱ আপোনাৰ মনতো আহে৷ কাৰোবাৰ প্ৰতি মৰমৰ বহিঃপ্ৰকাশৰ ধুনীয়া অনুভৱটোৱেই হৈছে আলিংগন৷ যিসকলৰ কাষত এনে আপোন মানুহ থাকে যাক আপুনি মনগলেই আলিংগন কৰিব পাৰে, তেনে লোক অতি ভাগ্যবান৷

বিশেষজ্ঞৰ দাবী যে কোনোৱে যদি মৰমেৰে আপোনাক সাবটি ধৰে তেতিয়া তাৰ প্ৰভাৱ আপোনাৰ মন আৰু শৰীৰ দুয়োটাতেই পৰে৷ আলিংগনে আপোনাক বহু ৰোগৰ পৰাও মুক্তি দিব পাৰে৷ চিকিৎসা বিজ্ঞানতো উল্লেখ আছে যে শৰীৰৰ ডিঙি বা কান্ধত চাপ পৰিলে শৰীৰত যোগাত্মক প্ৰভাৱ পৰে৷ আলিংগনে বহু ৰোগ দূৰ কৰিব পাৰে৷ আলিংগনৰ পৰা কি কি উপকাৰ হয়?

মন মগজু ভালে থাকে

আলিংগন কৰিলে আপোনাৰ মন স্বাভাৱিকভাৱেই যোগাত্মক হৈ উঠিব৷ বিচলিত হৈ ভাগৰি পৰাৰ সময়ত কোনোৱে যদি আত্মীয়তাৰে সাৱটি ধৰে, তেন্তে কিছু সময়ৰ বাবে আপুনি মানসিকভাৱে শক্তিশালী হৈ উঠিব৷ আলিংগন কৰিলে সুখী হৰম’ন শৰীৰত নিৰ্গত হয় যিয়ে মন মগজুক যোগাত্মক কৰি তোলে৷

মানসিক চাপ কমে

আলিংগন কৰিলে মানসিক চাপৰ পৰা উপশম পোৱা যায়। সাবটি ধৰাৰ ফলত কৰ্টিছলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াক ষ্ট্ৰেছ হৰম’ন বোলা হয়। যেতিয়া কৰ্টিছল হৰম’ন কমি যায় তেতিয়া মানসিক চাপ আৰু উদ্বেগৰ দৰে সমস্যা কমি যায়।

ৰক্তচাপ কমাত সহায় কৰে

আলিংগনে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে৷ সঠিক পদ্ধতিৰে সমগ্ৰ শৰীৰলৈ অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে। যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়। আলিংগন কৰিলে অক্সিট’চিন নিৰ্গত হয়, যাক বৈজ্ঞানিক ভাষাত ‘কাডল হৰম’ন’ বুলি কোৱা হয়।

হৃদয় সুখী হৈ পৰে

আলিংগন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়। ই আপোনাক সুখী আৰু নিৰাপদ অনুভৱ কৰায়। আলিংগনে মনক শান্ত আৰু শিথিল কৰে। যিয়ে হৃদয়খনকো সুখী কৰে।

মস্তিষ্ক প্ৰখৰ কৰে

প্ৰতিদিনে আলিংগন কৰা মানুহৰ স্মৃতিশক্তি প্ৰখৰ হয়। ইয়াৰ ফলত শৰীৰত অক্সিট’চিন হৰম’ন নিৰ্গত হয়, যিয়ে মন প্ৰখৰ কৰে আৰু মানসিক চাপৰ পৰা উপশম দিয়ে। সেইবাবেই প্ৰতিদিনে আলিংগন কৰাটো খুবেই গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

ভয়ংকৰ শক্তি বাঢ়িছে…! শনি-বুধৰ শক্তিশালী ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড, ৰজা হ’ব এই ৪ৰাশি

ভয়ংকৰ শক্তি বাঢ়িছে...! শনি-বুধৰ শক্তিশালী ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড, ৰজা হ’ব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.