• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

1 year ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 minutes ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

43 minutes ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

1 hour ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

2 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

4 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

4 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

5 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

6 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

7 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

8 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

8 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

editor by editor
June 7, 2025
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী
0
মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰদেশৰ ইন্দোৰৰ যুৱক ৰজা ৰঘুবংশীৰ ক্ষতবিক্ষত দেহ উদ্ধাৰ হলেও এতিয়াও সন্ধান লাভ কৰিব পৰা হোৱা নাই পত্নী সোনমৰ৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি বিগত ২৩ মেৰ দুপৰীয়া ১ বজাত আত্মীয়ৰ সৈতে শেষ কৰা হৈছিল সোনমৰ৷ মেঘালয় ফুৰিবলৈ গৈ যি স্কুটি ৰাজা আৰু সোনমে ভাড়া কৰিছিল তাত থকা জি পি এছে কৈছে দুপৰীয়া ২ বজাত স্কুটিৰ গতি বন্ধ হৈছিল৷ অৰ্থাৎ স্কুটি ৰৈ গৈছিল৷ তাৰপাছতেই সেই নৱদম্পতিৰ সৈতে আৰু কোনো যোগাযোগ কৰিব পৰা হোৱা নাই৷

তদন্তকাৰীসকলৰ অনুমান যে দুপৰীয়া ২ বজাৰ পৰা ২.৩০ মিনিটৰ ভিতৰতেই দুষ্কতিকাৰীয়ে আক্ৰমণ চলাইছে৷ লুটপাটত বাধা দিয়াৰ বাবেই ৰাজাক হত্যা কৰা হৈছে৷ আৰু সোনমক অপহৰণ কৰি লৈ যোৱা হৈছে৷ যৰ পৰা দম্পতি নিখোঁজ হৈছে সেই স্থানৰ পৰা কেই কিঃমিঃ দূৰৈত আছে বাংলাদেশ সীমান্ত৷ আশংকা কৰা হৈছে দুষ্কৃতীকাৰীয়ে সোনমক অপহৰণ কৰি বাংলাদেশলৈ লৈ যাব পাৰে৷ যদিও ইয়াৰ কোনো তথ্যপ্ৰমাণ এতিয়াও আৰক্ষীৰ হাতত পৰা নাই৷ সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে বাংলাদেশ আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে মেঘালয় আৰক্ষীয়ে৷ সোনম আৰু ৰাজাৰ পৰিয়ালে এই নিখোঁজ ৰহস্যৰ নেপথ্যত মানৱ সৰবৰাহ চক্ৰৰ হাত থকা বুলি সন্দেহ কৰিছে৷

সোনমৰ পৰিয়ালে নানান ধৰণৰ প্ৰযুক্তিৰ সাহায্যও লৈছে৷ ইয়াৰোপৰি মেঘালয়ৰ ছহৰাৰ যি স্থানৰ পৰা ৰাজাৰ দেহ উদ্ধাৰ কৰা হৈছে সেই স্থানৰ আশেপাশে ৫০ কিঃমিঃ দূৰত্বলৈকে তালাচি অভিযান চলাইছে আৰক্ষীয়ে৷ বিগত মাহত ডাবল ডেকাৰ ব্ৰীজলৈ অহা প্ৰত্যেকখন বাহনৰ তথ্যও পৰীক্ষা কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্ৰৰ খবৰ, ইন্দোৰৰ সেই দম্পতিয়ে ছহৰাৰ এক হোটেলত আছিল৷ তাৰপাছতেই চেৰাপুঞ্জীৰ মৌলকায়া গাওঁলৈ যায়৷ তাৰপাছতেই তেওঁলোকক আৰু কোনোৱে বিচাৰি পোৱা নাই৷ ২৪ মেত তেওঁলোকে স্কুটি ভাড়া কৰিছিল সোহৰাৰিমত৷ তাৰপাছত বিগত ২ জুনত দেহ উদ্ধাৰ হৈছে৷ দেহৰ কাষৰ পৰা এটা ফোন আৰু এখন ধৰাল অস্ত্ৰও উদ্ধাৰ হৈছে৷ এটা ৰেইনকোটো উদ্ধাৰ হৈছে বুলি জনাইছে পূৱ খাঁচি হিলছৰ আৰক্ষী ছুপাৰিণ্টেণ্ডেণ্ট বিবেক চিমে৷ সেই ৰেইনকোটত আছে বিশেষ দাগ৷ সেয়া তেজৰ দাগ নে আন কিবা সেয়া স্পষ্ট হোৱা নাই৷

ফৰেন্সিক পৰীক্ষাৰ বাবে সেই ৰেইনকোট পঠিওৱা হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷ বিগত ১১ মেত ৰাজা আৰু সোনমৰ বিয়া হৈছিল৷ ২০ মেত তেওঁলোকে ইন্দোৰৰ পৰা শ্বিলংলৈ মধুচন্দ্ৰিমালৈ যায়৷ ২৩ মেত তেওঁলোকৰ শেষবাৰ দেখা হৈছিল৷ ২ জুনত ৰাজাৰ দেহ উদ্ধাৰ হয় ছহৰাত৷ কিন্তু এতিয়াও পত্নী সোনমৰ কোনো সন্ধান লাভ কৰা হোৱা নাই৷ তাৰমাজতেই এতিয়া মানৱ সৰবৰাহৰ দিশটোও বহুতে উত্থাপন কৰিছে৷ সোনমক তেন্তে অপহৰণেই কৰা হৈছে নেকি? সেই উত্তৰো বিচাৰি সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
Next Post
ভয়ংকৰ শক্তি বাঢ়িছে…! শনি-বুধৰ শক্তিশালী ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড, ৰজা হ’ব এই ৪ৰাশি

ভয়ংকৰ শক্তি বাঢ়িছে...! শনি-বুধৰ শক্তিশালী ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড, ৰজা হ’ব এই ৪ৰাশি

প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.