• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

1 year ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

9 minutes ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

13 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

14 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

15 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

15 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

16 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

17 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

17 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

18 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

editor by editor
June 9, 2025
in উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজা ৰঘুবংশী নহয়, ৰাজ আছিল প্ৰেমিক, সেয়ে সোনমে পৰিকল্পনা কৰিছিল মেঘালয় হানিমুন

মেঘালয়ত হানিমুনৰ বাবে আহি সন্ধান হোৱা উত্তৰ প্ৰদেশৰ ইন্দোৰৰ নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। আজি ৯ জুন তাৰিখে সেই ঘটনাৰেই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ১৭ দিনৰ পাছত সন্ধান ওলাইছে পত্নী সোনমৰ।

যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। মেঘালয় আৰক্ষীয়ে জনোৱা মতে, সোণম ৰঘুবংশীয়ে স্বামী ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অভিযোগ অনুসৰি, হানিমুনৰ সময়ত স্বামী ৰাজাক হত্যা কৰিবলৈ মধ্যপ্ৰদেশৰ পৰা ৩ জন লোকক নিযুক্তি দিছিল।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সোণম ৰঘুবংশীক জেৰাৰ সময়ত ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহে। এই ষড়যন্ত্ৰত ৰাজ কুশৱাহাও জড়িত হৈ আছে। আৰক্ষীয়েও ৰাজকো গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ৰাজ কুশৱাহাও মধ্যপ্ৰদেশৰ। আৰক্ষীৰ মতে, এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড প্ৰেমিক ৰাজেই । দুয়ো মিলি মেঘালয়ত হানিমুনৰ সময়ত ৰাজাক হত্যা কৰিছিল।

ইয়াৰ পিছতে প্ৰেমিক ৰাজ কুশৱাহাক লৈ সোণম পলাই যায়। পলাই গৈ গাজীপুৰ পায়। গাজীপুৰৰ পৰাই ৯ জুনৰ মাজ নিশা মাতৃক ফোন কৰি নিজৰ উপস্থিতিৰ কথা কয়। তাৰেই পৰাই আৰক্ষীয়ে সোনমক আটক কৰে।

মেঘালয়ৰ ডিজিপিয়ে এএনআইক জনোৱা মতে, ৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আত্মসমৰ্পণ কৰা মহিলাগৰাকীক ৰাজা ৰঘুবংশীৰ পত্নী সোণম বুলি চিনাক্ত কৰা হৈছে। সোণমক ধৰা পৰাৰ পিছত আৰক্ষী বিষয়াই প্ৰাৰম্ভিক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IndoorMeghalaya CaseSonamRaghubanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
শিহৰণকাৰী, চলন্ত পুষ্পক ৰে’লৰ পৰা ট্ৰেকত পৰে ৮ যাত্ৰী, ৫ জন নিহত

শিহৰণকাৰী, চলন্ত পুষ্পক ৰে'লৰ পৰা ট্ৰেকত পৰে ৮ যাত্ৰী, ৫ জন নিহত

মন-মাতৃৰ দাতা চন্দ্ৰৰ বৃশ্চিক ৰাশিত প্ৰৱেশ, ৩ ৰাশিয়ে লাভ কৰিব বহু ধন

মন-মাতৃৰ দাতা চন্দ্ৰৰ বৃশ্চিক ৰাশিত প্ৰৱেশ, ৩ ৰাশিয়ে লাভ কৰিব বহু ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.