• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো

‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো

1 year ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

27 minutes ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

59 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

2 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

4 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

6 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

19 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো

editor by editor
June 11, 2025
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো

অৱশেষত মুখ খুলিলে সোনমে। আৰক্ষীৰ জেৰাত সৈ কাঢ়িলে সকলো। স্বীকাৰ কৰিলে স্বামী হত্যাৰ সকলো। মেঘালয় আৰক্ষীৰ আগত আজি স্বীকাৰ কৰিলে ৰ- হয়, মইয়ে কৰিছো এয়া।

ধৰা পৰাৰ সময়ৰে পৰা মুখ নোখোলা সোনমে অৱশেষত মুখ খুলিলে। মেঘালয় আৰক্ষীয়ে প্ৰেমিক ৰাজ কুশৱাহৰ সমুখত বহুৱাই দি হত্যাৰ প্ৰমাণ দেখুৱাই সোধপোচ কৰাৰ পাছতে লুকুৱাবলৈ একো নথকাত অৱশেষত কান্দি কান্দি কৈ গ’ল সকলো।

বন্ধুৰ সৈতে মিলিয়ে স্বামী ৰাজা ৰঘূবংশীত প্ৰাণে মাৰি পেলাইছিল বুলি আৰক্ষীৰ আহত কয় সোনমে। এই গোচৰত আৰক্ষীয়ে সোণমৰ বাহিৰেও আৰু চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তৰ ভিতৰত সোণমৰ প্ৰেমিক ৰাজ কুশৱাহো আছে।

এই চাৰি অভিযুক্তক লৈ এতিয়া আৰক্ষী শিলচৰত উপস্থিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই আটাইকেইজন অভিযুক্তক এজন এজনকৈ জেৰা চলি আছে।

গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে। আনহাতে, সোণমৰ লগতে সহযোগীয়ে ৰাজাক হত্যা কৰা অস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তেজৰ দাগ থকা কাপোৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সোণমৰ ৰেইনকোটটোও উদ্ধাৰ কৰিছে। বৰ্তমান এই সমগ্ৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indor Casemeghalaya policeSonam Raghubanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
Next Post
হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক'লে- 'মোৰ ভগ্নী অপৰাধী'

জুলাইত ২৪ দিনৰ বাবে অস্ত হৈ থাকিব বুধ, লাভ হ’ব ৫ ৰাশিৰ

জুলাইত ২৪ দিনৰ বাবে অস্ত হৈ থাকিব বুধ, লাভ হ'ব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.