• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

10 months ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

24 minutes ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

1 hour ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

2 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

4 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

5 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

6 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

19 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ জুন ২০২৫ দেওবাৰে সন্ধিয়া ৭.৫৭ত বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি গঠিত হব এক অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ যোগ৷ যাক কোৱা হয় শনি গুৰু কেন্দ্ৰ যোগ৷ এই সময়ত কৰ্মফলদাতা শনি আৰু জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক বৃহস্পতিয়ে এটাই আনটোৰ পৰা ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ এই শক্তিশালী গ্ৰহ সংযোগত কেৱল মহাকাশেই নহয়, প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জীৱনত৷ বিশেষকৈ মেষ, কৰ্কট আৰু মকৰ ৰাশিৰ জাতকৰ জীৱনলৈ শুভ পৰিবৰ্তন আহিব৷ শনি আৰু বৃহস্পতিৰ শক্তিশালী কেন্দ্ৰ যোগ মেষ ৰাশিৰ জাতকৰ বাবে শুভ সুযোগৰ দ্বাৰ খুলিব পাৰে৷

মেষ ৰাশি

  • চাকৰিত সাফল্য আৰু পদোন্নতিৰ সুযোগ৷
  • দীৰ্ঘদিনৰ বাধা দূৰ হব৷
  • বিদেশত চাকৰিৰ সম্ভাৱনা
  • ধৰ্মীয় ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি, ভ্ৰমণৰ সুযোগ৷
  • অৰ্থনৈতিক অৱস্থাৰ উন্নতি
  • প্ৰেম জীৱনত স্থিতি, বিবাহত সুখ
  • পৰিয়াল আৰু সমাজত সন্মান বৃদ্ধি

কৰ্কট ৰাশি

  • কৰ্কট ৰাশিৰ জাতকৰ বাবে এই কেন্দ্ৰ যোগ বিশেষ আশীৰ্বাদ স্বৰূপ৷
  • কামৰ ক্ষেত্ৰত বাধা দূৰ হব৷
  • উচ্চশিক্ষা আৰু ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ৷
  • বিদেশ ভ্ৰমণৰ সম্ভাৱনা৷
  • পাৰিবাৰিক সম্পৰ্ক মজবুত৷
  • সন্তানৰ দিশৰ পৰা সুখবৰ৷
  • ভাগ্যৰ পূৰ্ণ সমৰ্থন আৰু মানসিক শান্তি৷
  • মকৰ ৰাশি

মকর রাশি

  • মকৰ ৰাশিত জাতকে শনিৰ চাৰেসাতিৰ কষ্টৰ পৰা মুক্তি পাব৷
  • ব্যৱসায় আৰু চাকৰিত অগ্ৰগতি৷
  • সিদ্ধান্তৰ কাৰণে লাভজনক ফলাফল৷
  • ভায়েক ভনীয়েকৰ সম্পৰ্ক উন্নত৷
  • সন্তানৰ দিশৰ পৰা অগ্ৰগতি৷
  • বিবাহিত জীৱনত সুখ আৰু পত্নীৰ সমৰ্থন৷
  • স্বাস্থ্য বিষয়ত সামান্য সতৰ্কতাৰ প্ৰয়োজন৷

মনত ৰাখিব

শনি গুৰু কেন্দ্ৰ যোগত একাধিক মানসিক উন্নতি আৰু আৰ্থিক স্থিতি আহিব৷ তেনেকৈ এটা এটা গভীৰ আত্মসমীক্ষাৰো সময় এয়া৷ এই তিনিটা ৰাশিৰ জাতকে সময়ৰ সদ্ব্যৱহাৰ কৰক৷ ইয়াৰ সৈতে এটা কথা মনত ৰাখিব যে গ্ৰহ নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তনৰ ফলত জীৱনত সুযোগেই আহিব তেনে নহয়, আচলতে আপুনি চেষ্টা কৰিব লাগিব৷ ভাগ্য আৰু চেষ্টা মিলিহে ফল দিয়ে৷ সেয়ে চেষ্টা কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!
জীৱনশৈলী

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

April 20, 2026
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

April 20, 2026
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

April 20, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

অভাৱনীয় হাৰত বাঢ়ে যৌন ক্ষমতা, দূৰ হ’ব সম্পৰ্কৰ দূৰত্ব! নিয়ম মানি এই পাচলি খাওক বহুকেইটা ৰোগেই দূৰ হব খাটাং

অভাৱনীয় হাৰত বাঢ়ে যৌন ক্ষমতা, দূৰ হ’ব সম্পৰ্কৰ দূৰত্ব! নিয়ম মানি এই পাচলি খাওক বহুকেইটা ৰোগেই দূৰ হব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.