• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ

ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ

1 year ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

6 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

6 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

7 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

7 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

8 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

9 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

9 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

10 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

11 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

11 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

12 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ

editor by editor
June 15, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ

সঁচাকৈয়ে অলৌকিক, প্ৰায় একেই বিমান দুৰ্ঘটনা। একেই আসন নম্বৰ, একেদৰেই প্ৰাণ ৰক্ষা পৰিছিল দুই যুৱকৰ। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত একমাত্ৰ যাত্ৰী হিচাপে প্ৰাণ ৰক্ষা পৰা ৪০ বৰ্ষীয় ৰমেশ বিশ্বাস কুমাৰৰ দৰে আজিৰ পৰা ২৭ বছৰ পূৰ্বেও এগৰাকী যুৱকৰ প্ৰাণ ৰক্ষা পৰিছিল।

আহমেদাবাদ দুৰ্ঘটনাতত ৰমেশৰ প্ৰাণ ৰক্ষা পৰাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে ১৯৯৮ চনৰ থাইলেণ্ডৰ এক বিমান দুৰ্ঘটনাত অলৌকিক ভাৱে প্ৰাণ ৰক্ষা থাই অভিনেতা তথা গায়ক জেমছ ৰুৱাংছাক লয়চুছাক।

জেমছ ৰুৱাংছাক লয়চুছাকৰ কথা ক’বলৈ গ’লে তেওঁ থাইলেণ্ডৰ এজন জনপ্ৰিয় থাই গায়ক আৰু অভিনেতা। ১৯৭৮ চনৰ ৯ মাৰ্চত দক্ষিণ থাইলেণ্ডৰ নাখন ছি থাম্মাৰাটত থাই চীনা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জেমছ ৰুৱাংছাক লয়চুছাকে।

১৯৯৫ চনত সংগীত জগতত প্ৰৱেশ কৰি ৱয়চুছাকে প্ৰথম ষ্টুডিঅ’ এলবাম দাই ভেলা, জেমছ উইথ আৰ এছ প্ৰমোচন মুকলি কৰে আৰু জনপ্ৰিয় হৈ পৰিছিল। বৰ্তমানে লয়চুছাক বিবাহিত লগতে এটি কন্যা সন্তানৰে পিতৃ।

এই লয়চুছাকৰেই ২৭ বছৰ পূৰ্বে আহমেদাবাদৰ দৰেই এক বিমান দুৰ্ঘটনা হৈছিল। কিন্তু অলৌকিক ভাৱে এই দুৰ্ঘটনাত লয়চুছাকৰ জীৱন ৰক্ষা পৰিছিল। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ১৪৬, যাৰ ভিতৰত প্ৰাণ হেৰুৱাইছিল ১০১ জন লোকে।

কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল ৪৫ জন লোক। কিন্তু এই লোক সকলৰো বহুতেই চিৰ জীৱনৰ বাবে ঘূণীয়া হৈছিল। কিন্তু সামান্য আঘাত পাই ৰক্ষা পৰিছিল লয়চুছাক।

তাতোকৈ অলৌকিক, আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা ৰমেশ বিশ্বাসৰ আসনৰ নম্বৰ আছিল 11 A, তেনেদৰে ২৭ বছৰ পূৰ্বৰ থাই বিমান দুৰ্ঘটনাত লয়চুছাকৰো আসনৰ নম্বৰ আছিল 11A।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MiraclePlane Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
Next Post
মংগল-শনিৰ বিশেষ সংযোগে সৃষ্টি কৰিব শদাষ্টক যোগ, যিয়ে বিপদ মাতিব ৩ ৰাশিৰ

মংগল-শনিৰ বিশেষ সংযোগে সৃষ্টি কৰিব শদাষ্টক যোগ, যিয়ে বিপদ মাতিব ৩ ৰাশিৰ

লিচু খাই ভাল পাই নেকি, পাছে এই ৪ ব্যক্তিয়ে লিচুৰ পৰা আঁতৰত থকাই ভাল

লিচু খাই ভাল পাই নেকি, পাছে এই ৪ ব্যক্তিয়ে লিচুৰ পৰা আঁতৰত থকাই ভাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.