• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

1 year ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

22 minutes ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

2 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

2 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

3 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

11 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

11 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

12 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

12 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

13 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

13 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

15 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

editor by editor
June 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

উত্তৰ প্ৰদেশৰ আমৰোহাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। আমৰোহাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত হোৱা এই বিস্ফোৰণত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৬ শ্ৰমিকে। আনহাতে অন্য প্ৰায় ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক।

এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, প্ৰায় ১ কিলোমিটাৰ মান দূৰলৈ ইয়াৰ শব্দ শুনা যায়। যাৰ ফলত আতংকিত হৈ পৰে ফেক্টৰীটোৰ নিকট সাধাৰণ লোক।

ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত সাধাৰণ লোকৰ লগতে আৰক্ষী, উদ্ধাৰকাৰী দল আদি উপস্থিত হয়। ততাতৈয়াকৈ কাৰখানাত আৱদ্ধ মহিলাসকলক উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে সকলোকে হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰি দিয়ে।

বিস্ফোৰণটোৰ সময়ক কাৰখানাটোত অধিকাংশ মহিলাই কাম কৰি আছিল। যাৰ বাবে নিহত ৬ গৰাকীয়েই মহিলা শ্ৰমিক বুলি জানিব পৰা গৈছে। আনহাতে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে অন্য ১২ গৰাকীমান মহিলাক।

ইয়াৰে অধিকাংশই এতিয়া হাস্পতালৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দি আছে। মৃতকৰ সংখ্যা পাছলৈ অধিক বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Factory BlastFire Crackers factory
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Next Post
প্ৰীতি যোগৰ প্ৰভাৱত কাইলৈ ৩ ৰাশিৰ জীৱন হৈ পৰিব ৰোমান্তিক, প্ৰেমে আৱৰি ধৰিব মন

প্ৰীতি যোগৰ প্ৰভাৱত কাইলৈ ৩ ৰাশিৰ জীৱন হৈ পৰিব ৰোমান্তিক, প্ৰেমে আৱৰি ধৰিব মন

‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক

'৩ দিন ধৰি শুব পৰা নাই' ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.