• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক

9 months ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

19 minutes ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

1 hour ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

20 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

21 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

22 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

23 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

1 day ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক

editor by editor
June 16, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক

ভাৰত চৰকাৰৰ ওচৰত সহায় ভিক্ষা খুজি কান্দি উঠিছে ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকল। কান্দি কান্দি ছাত্ৰ-ছাত্ৰী সকলে ৩ দিন ধৰি শুব পৰা নাই প্ৰাণৰ ভয়ত।

ইৰাণত ক্ৰমাৎ বৃদ্ধি পোৱা ইজৰাইলৰ আক্ৰমণৰ মাজতে শতাধিক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ এপাৰ্টমেণ্টৰ বেছমেণ্টত আত্মগোপন কৰি নিজৰ জীৱন ৰক্ষা কৰি আছে। বন্দুকৰ গুলীৰ শব্দ, বোমা বিস্ফোৰণৰ প্ৰতিধ্বনি আৰু ইণ্টাৰনেটৰ লেহেমীয়া গতিৰ মাজতে দিনে নিশাই আতংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

এই ভয়াৱহ পৰিস্থিতিত ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। অতি শীঘ্ৰেই উদ্ধাৰৰ বাবে কাতৰ আহ্বান ছাত্ৰ-ছাত্ৰী সকলৰ।

ইৰাণৰ শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয়ত ৩৫০ জনতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। এতিয়া সকলোৱে ভয়ৰ ছাঁত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। বিশ্ববিদ্যালয়খনে সকলো পাঠদান স্থগিত ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীক বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইৰাণৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেহৰাণত থকা ভাৰতীয় দূতাবাসে ৰাজহুৱা পৰামৰ্শ জাৰি কৰি সকলো ভাৰতীয় নাগৰিক আৰু পিআইঅ’ক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু দূতাবাসে প্ৰদান কৰা টেলিগ্ৰাম লিংকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছে।

দূতাবাসে কয় যে এই লিংক কেৱল সেইসকলৰ বাবেহে যিসকল বৰ্তমান ইৰাণত আছে। দূতাবাসে এটা পোষ্টত কয় যে, “আমি সকলো ভাৰতীয় নাগৰিকক অনুৰোধ জনাইছো যে প্ৰদান কৰা টেলিগ্ৰাম লিংকটোৰ সৈতে সংযোগ স্থাপন কৰক যাতে তেওঁলোকে পৰিস্থিতিৰ সৈতে জড়িত শেহতীয়া আপডেটসমূহ লাভ কৰি থাকে।” ইয়াৰ লগতে দূতাবাসে জৰুৰীকালীন হেল্পলাইন নম্বৰো জাৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Governmentindian studentIran UniversityIran Vs Isreal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
Next Post
২৭৪ ৰ ভিতৰত এতিয়ালৈকে বিজয় ৰূপানীসহ ৪৭ পৰিয়ালে লাভ কৰিলে আত্মীয়ৰ নিথৰ দেহ

দৈনিক ৰাশিফল, আজি আহাৰ মাহৰ প্ৰথমটো মঙলবাৰ, প্ৰীতি যোগত কাৰ কিমান সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন