• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

10 months ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 minutes ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

36 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

1 hour ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

2 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

2 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

3 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

3 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

12 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

13 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

14 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

editor by editor
June 19, 2025
in জীৱনশৈলী
0
২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ভাঙ্গাক কোৱা হয় নস্ত্ৰাডামুছৰ আন এক অৱতাৰ৷ ফৰাচি জ্যোতিষবিদ আৰু ভৱিষ্যদ্বষ্ট্ৰা নস্ত্ৰাডামুছৰ দৰেই ভৱিষ্যৎ সন্দৰ্ভত বাখ্যা দিব পাৰে বাবা ভাংগাই৷ তেওঁ কৰা বহু ভৱিষ্যদ্বাণীয়েই এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে৷ নস্ত্ৰাডামুছৰ তুলনাত বাবা ভাঙ্গা অৱশ্যে সাম্প্ৰতিক কালৰ মানুহ৷ ১৯৯৬ চনত তেওঁৰ মৃত্যু হৈছে৷ বজ্ৰাঘাতৰ কবলত পৰি তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল৷ কথিত আছে যে ইয়াৰপাছতেই ভৱিষ্যৎ দেখি পোৱা আশ্চৰ্যজনক ক্ষমতা তেওঁ লাভ কৰে৷

আমেৰিকাৰ ৯/১১ ৰ আক্ৰমণ, ডায়েনাৰ মৃত্যু, চেৰনোবিল বিপৰ্যয় আৰু ব্ৰেক্সিটৰ দৰে একাধিক ঘটনাৰ বহু আগতেই নিৰ্ভূল ভৱিষ্যদ্বাণী তেওঁ কৰি গৈছে৷ ২০২৫ চনত কি ঘটিব সেই বিষয়েও একাধিক ভৱিষ্যদ্বাণী তেওঁ কৰি গৈছে৷ জানি থওক ২০২৫ চন কোন কোন ৰাশিৰ বাবে শুভ? কোন কোন ৰাশিয়ে বিপুল অৰ্থালাভ কৰিব বুলি কৈ গৈছে বাবা ভাঙ্গাই?

মেষ ৰাশি

২০২৫ চনত চেষ্টা কৰামতেই ফল পাব মেষ ৰাশিৰ জাতকে৷ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি এই বছৰতেই মেষ ৰাশিৰ জাতকে সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব৷ এই সময়ত আপোনাৰ সন্মুখত যিসমূহ পৰিবৰ্তন আহিব সেয়া খোলা মনেৰে গ্ৰহণ কৰক৷ সাফল্যৰ পথৰ সকলো বাধা দূৰ কৰিব পাৰিব৷

বৃষ ৰাশি

২০২৫ চনত আনন্দ কৰি দিন কটাব বৃষ ৰাশিৰ জাতকে৷ এই বছৰত সকলো কামতেই সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ ২০২৫ শেষ হোৱাৰ পূৰ্বেই বৃহৎ আৰ্থিক লাভ হব বৃষ ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত সমাজ আৰু পৰিয়ালত নিজৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ বাধা আৰু সংকট দূৰ কৰি এই বছৰত আকাশলংঘী সাফল্য বৃষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি

যিসকল মিথুন ৰাশিৰ জাতক তেওঁলোকে চলিত বছৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব৷ নিজৰ বুদ্ধি আৰু সকলো ধৰণৰ পৰিবেশ মানি চলাৰ ক্ষমতা কামত লগাই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব পাৰিব৷ এই বছৰ আৰ্থিকভাৱে উন্নতি কৰিব পাৰিব৷ ইয়াৰোপৰি ব্যক্তিত্বৰ বিকাশ ঘটিব৷ আপুনি নিজৰ সামাজিক পৰিচিতি আৰু যোগাযোগ কিমান সফলভাৱে ব্যৱহাৰ কৰিব পাৰিছে তাৰ ওপৰতেই সাফল্য বহুপৰিমাণে নিৰ্ভৰ কৰিব৷

সিংহ ৰাশি

চলিত বছৰ শেষ হোৱাৰ পূৰ্বেই ডাঙৰ কোনো সাফল্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ বিশেষ আৰ্থিক উন্নতি কৰিব পাৰিব আপুনি৷ নিজৰ পজিটিভ চিন্তাভাৱনা কামত লগাই জীৱনত ডাঙৰ পৰিবৰ্তন আনিব৷ সাফল্য লাভ কৰাৰ আৰু নিজৰ লক্ষ্যত উপস্থিত হোৱাৰ এটাৰ পাছত আনটো সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ প্ৰমোছন পাব, ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় আৰু বঢ়াব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
Next Post
তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.