• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

11 months ago
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

15 minutes ago
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

55 minutes ago
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

1 hour ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

2 hours ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

3 hours ago
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

4 hours ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 hours ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

6 hours ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

editor by editor
June 19, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৯ জুন বৃহস্পতিবাৰ৷ অসমীয়া পঞ্জিকা অনুসৰি আজি ৪ আহাৰ ১৪৩২ খ্ৰীষ্টাব্দ৷ আজিৰ দিনটো জ্যোতিষশাস্ত্ৰ অনুসৰি কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ৷ গ্ৰহ নক্ষত্ৰৰ চলাচল, চন্দ্ৰৰ স্থান আৰু ৰাশি প্ৰভাৱ বিচাৰ কৰি দেখা গৈছে যে আজি ৫ ৰাশিৰ জাতকৰ ভাগ্যত আছে উন্নতিৰ সম্ভাৱনা৷

মেষ ৰাশি

আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত সম্ভাৱনাময়৷ কৰ্মক্ষেত্ৰত নতুন কোনো দায়িত্ব আহিব পাৰে যিয়ে ক্ষমতা আৰু নেতৃত্ব প্ৰদৰ্শনক সুযোগ আনি দিব৷ আৰ্থিক দিশৰ পৰাও লাভৰ ইংগিত আছে৷ প্ৰেমৰ সম্পৰ্কত সুখবৰ আহিব পাৰে৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

কৰ্কট ৰাশি

আজি চন্দ্ৰৰ অৱস্থান কৰ্কট ৰাশিৰ অনুকূলত থাকিব৷ মনৰ মাজত অকাৰণে অস্থিৰতা থাকিলেও দিনৰ শেষত সকলোবোৰ ঠিকঠাক হৈ যাব৷ পুৰণি কোনো বন্ধুৰ সৈতে দেখা হব পাৰে যিয়ে মানসিক প্ৰশান্তি দিব৷ যিসকলে সৃজনশীল পেছাৰ সৈতে যুক্ত তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ৷ বিশেষক সংগীত আৰু চিত্ৰশিল্পীসকলে স্বীকৃতি পাব পাৰে৷

কন্যা ৰাশি

আৰ্থিক দিশৰ পৰা আজিৰ দিনটো অনুকূল৷ নিৰ্মান শিল্পৰ সৈতে যুক্ত ব্যৱসায়ীয়ে কোনো পুৰণি বিনিয়োগৰ আজি ফল পাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আশাৰ খবৰ আহিব৷ পাৰিবাৰিক পৰিবেশত শান্তি বৰ্তি থাকিব৷

ধনু ৰাশি

নতুন চাকৰিৰ আবেদন কৰাৰ বাবে আজিৰ দিনটো উপযুক্ত দিন৷ আজি এই ৰাশিৰ জাতকে যি কোনো কামতেই মনোযোগ দিলে সাফল্য পাবই৷ বিদেশ যোগ আছে৷ ভ্ৰমণ বা পঢ়াশুনাৰ বাবে বিদেশ যোৱাৰ সম্ভাৱনা তৈয়াৰ হব পাৰে৷

মীন ৰাশি

আজি আপোনাৰ সৃজনশীল চিন্তাভাৱনাৰ বাবে প্ৰশংসিত হব পাৰে৷ চাকৰিয়ালে পদোন্নতি লাভ কৰিব৷ প্ৰেম আৰু দাম্পত্যত নতুন মাত্ৰা যোগ হোৱাৰ সম্ভাৱনা৷ যিসকলে লেখাপঢ়া, সংগীত কিংবা চিত্ৰকলাক লৈ কাম কৰি আছে তেওঁলোকৰ বাবে বিশেষ শুভ সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

May 18, 2026
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?
অপৰাধ

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

May 18, 2026
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?
জীৱনশৈলী

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

May 18, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

May 18, 2026
Next Post
বিমান বন্দৰৰ আশেপাশে আপোনাৰ ঘৰ নেকি? ভঙা হ’ব পাৰে এই এলেকাৰ ভিতৰত থকা ঘৰ, কঠোৰ এইবাৰ বিমান পৰিবহন মন্ত্ৰণালয়

নগ্নতাই নিয়ম? বীচ্চত ফুৰিবলৈ গ’লে নগ্ন হোৱাটো বাধ্যতামূলক? পোছাক পিন্ধিলেই জৰিমনা? ক’ত আছে এই বীচ্চ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন