- আধাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক৷ আপোনাৰ বেংক একাউণ্ট নম্বৰ আৰু আধাৰ লিংক নাথাকিলে যোজনাৰ ধন নাপাব পাৰে৷ দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক৷ ই কেওৱাইছি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷ PM-Kisan প্ৰকল্পৰ টকা পাবলৈ e-KYC কৰাটো বাধ্যতামূলক৷ আপুনি দেৰি নকৰি বেংকত গৈ আধাৰ আপডেট কৰক৷
- ই কেৱাইছি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷ PM-Kisan প্ৰকল্পত টকা পাবলৈ e-KYC কৰাটো বাধ্যতামূলক৷ আপুনি যদি এতিয়াও e-KYC নাই কৰা তেন্তে দ্ৰুততৰভাৱে এয়া সম্পূৰ্ণ কৰক৷ আপুনি PM-Kisan পৰ্টেলৰ মাধ্যমেৰে অনলাইন বা নিকটবৰ্তী CSC (Common Service Centre)-লৈ গৈ এই প্ৰক্ৰিয়া শেষ কৰিব পাৰে৷ e-KYC নাথাকিলে কিস্তিৰ টকা ৰৈ যাব পাৰে৷
- আপোনাৰ নামত মাটিৰ ৰেকৰ্ড চৰকাৰী ডাটাবেছ সঠিকভাৱে আপডেট কৰা আছেনে নাই সেয়া চেক কৰক৷ ভুল বা অসম্পূৰ্ণ মাটিৰ তথ্য থাকিলে কিস্তি বাতিল হব পাৰে৷
- নাম আৰু অন্যান্য ডকুমেণ্ট মিলিছে নে নাই সেয়াও চোৱা হয়৷ আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু ৰেজিষ্ট্ৰেচনত দিয়া নামৰ মাজত মিল নাথাকিলে ধন নাপাব পাৰে৷ সকলো নথিত সঠিক নাম আৰু তথ্য আপডেট আছেনে নাই সেয়া পৰীক্ষা কৰক৷
- ভাৰতৰ নাগৰিব হব লাগিব৷
- আপোনাৰ নামত কৃষিভূমি থাকিব লাগিব৷
- মাহত ১০ হাজাৰ টকাতকৈ বেছি পেঞ্চনভোগীয়ে এই সুবিধা নাপায়৷
- আয়কৰ ৰিটাৰ্ণ দিলে আপুনি সেই সুবিধা নাপায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















