জুলাই মাহৰ শেষৰ ফালে অত্যন্ত শক্তিশালী ৰাজযোগ গঠিত হ’ব৷ মিথুন ৰাশিৰ কাষত বহি গজলক্ষ্মী ৰাজযোগ গঠন কৰিব বৃহস্পতি আৰু শুক্ৰ গ্ৰহই৷ পুৰাণ অনুসৰি বৃহস্পতিক কোৱা হয় দেৱতাসকলৰ আচাৰ্য৷ অন্যহাতে শুক্ৰ হৈছে অসুৰসকলৰ আচাৰ্য্য৷ এই দুই আচাৰ্য্য গ্ৰহৰ মিলনত গঠিত হ’ব গজলক্ষ্মী ৰাজযোগ৷ বৃহস্পতিয়ে বৰ্তমান মিথুন ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ২৬ জুলাইত মিথুনে প্ৰৱেশ কৰিব শুক্ৰত৷ ২১ আগষ্ট পৰ্যন্ত বৃহস্পতি আৰু শুক্ৰৰ যুঁটিত গজলক্ষ্মী ৰাজযোগ বৰ্তি থাকিব৷ জানি থওক এই ৰাজযোগৰ শুভ প্ৰভাৱে কাৰ কাৰ ভাগ্য খুলিব৷
মিথুন ৰাশিত গজলক্ষ্মী ৰাজযোগৰ প্ৰভাৱ
গজলক্ষ্মী ৰাজযোগৰ শুভ ফল সম্পূৰ্ণৰূপে পাব মিথুন ৰাশিৰ জাতকে৷ কাৰণ এই ৰাশিতেই গজলক্ষ্মী ৰাজযোগ গঠিত হ’ব৷ মিথুনৰ অবিবাহিত জাতকৰ এই সময়ত বিবাহৰ কথা পাক্কা হ’ব পাৰে৷ ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ মনৰ পুৰণি ইচ্ছা পূৰণ হ’ব পাৰে৷ আয় বাঢ়িব৷ সাংসৰিক জীৱনতো সুখ থাকিব৷
সিংহ ৰাশিত গজলক্ষ্মী ৰাজযোগৰ প্ৰভাৱ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















