• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

1 month ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

4 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

1 hour ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

12 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

মঙলবাৰে Work From homeৰ পৰামৰ্শ

editor by editor
August 24, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
0
SHARES
842
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজাক বৰষুণতে গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্ৰিম বান হোৱা খবৰ এতিয়া আৰু একো নতুন খবৰ নহয়। কিন্তু সোমবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হাৰিয়ানাৰ গুৰুগ্ৰামৰ দৰে Smart Cityৰ বহু অঞ্চল পানীত বুৰ যায়। নিউ গুৰুগ্ৰামৰ পৰা পুৰণি চহৰৰ বিভিন্ন আৱাসিক এলেকালৈকে বহু ঠাইত পথত পানী জমা হয়। কিছুমান পথত পানীৰ গভীৰতা এক কঁকাল পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে। পানী জমা হোৱাৰ ফলত গুৰুগ্ৰামৰ বহু গুৰুত্বপূৰ্ণ পথত যান-বাহনৰ চলাচল ব্যাহত হয়। গলফ কোৰ্চ ৰোড, দিল্লী-জয়পুৰ এক্সপ্ৰেছ ৱে, চোহনা ৰোড, পুৰণি দিল্লী ৰোড আৰু ৰেলৱে ৰোডত দীঘলীয়া যান-জঁটৰ সৃষ্টি হয়। বহু চালক আৰু মটৰ চাইকেল আৰোহী ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-জঁটত আবদ্ধ হৈ থাকিবলগীয়া হয়। ৰাজীৱ চ’কৰ আণ্ডাৰপাছ আৰু ফ্লাই অভাৰৰ ওচৰতো ঘণ্টা ঘণ্টা ধৰি যান-বাহনৰ গতি প্ৰায় স্তব্ধ হৈ পৰে। বহু ঠাইত পানীৰ মাজেৰে বাহন চলাই নিয়া দেখা যায়। পানী জমা হোৱা পথত বাহন চলাবলৈ গৈ চালকসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হয়।

মঙলবাৰে ঘৰৰ পৰা কামৰ পৰামৰ্শ

সোমবাৰৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে মঙলবাৰৰ বাবে ঘৰৰ পৰা কাম কৰাক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গুৰুগ্ৰামৰ কৰ্পৰেট কাৰ্যালয়, চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় তথা অন্যান্য প্ৰতিষ্ঠানসমূহক এই পৰামৰ্শ মানি চলিবলৈ আহ্বান জনাইছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা উপায়ুক্ত উত্তম সিঙে জাৰি কৰা পৰামৰ্শ অনুসৰি, ২৫ আগষ্টত যিমান সম্ভৱ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ সুবিধা দিবলৈ কোৱা হৈছে।
প্ৰশাসনৰ মতে, অধিক লোক ঘৰৰ পৰা কাম কৰিলে পথত বাহনৰ সংখ্যা কমিব। ফলত যান-জঁট হ্ৰাসৰ লগতে পানী জমা হোৱা অঞ্চলসমূহত উদ্ধাৰ, পানী নিষ্কাশন আৰু মেৰামতিৰ কাম কৰাটোও সহজ হ’ব।

কিয় ঘৰৰ পৰা কামৰ পৰামৰ্শ দিয়া হৈছে?

গুৰুগ্ৰামত প্ৰচণ্ড বৰষুণৰ পিছত বহু অঞ্চলত পানী জমা হোৱাটো এতিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। পথত অধিক বাহন থাকিলে যান-জঁট বৃদ্ধি পোৱাৰ লগতে পানী নিষ্কাশনৰ কামতো বাধা আহিব পাৰে। সেয়েহে প্ৰশাসনে পথত যান-বাহনৰ চাপ কমোৱাৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ লগতে নলা-নৰ্দমা পৰিষ্কাৰ কৰা, পানী নিষ্কাশন কৰা আৰু ক্ষতিগ্ৰস্ত পথ মেৰামতিৰ কামো ক্ষিপ্ৰভাৱে কৰাৰ প্ৰয়োজন হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Artificial Floodasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
Next Post
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

'অসমত এতিয়া 'মদ জেহাদ' চলি আছে', 'ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়'

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.