• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…

দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…

9 months ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

21 minutes ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

37 minutes ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

3 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

3 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

3 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

5 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

6 hours ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

7 hours ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

7 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

8 hours ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…

editor by editor
July 10, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…

টেনিছ খেলুৱৈ ৰাধিকা যাদৱক গুলীয়াই হত্যা। নিজৰেই পিতৃয়ে গুলিয়াই হত্যা কৰে কন্যা ৰাধিকাক। গুৰুগ্ৰামৰ সুশান্ত লোক-২ৰ নিজা বাসগৃহ ই-১৫৭ত হত্যা কৰা হয় টেনিছ খেলুৱৈগৰাকীক।

ৰাধিকাৰ পিতৃয়ে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে পাঁচ জাঁই গুলী কৰি হত্যা কৰে। গুৰুগ্ৰাম আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰু ৰাধিকাৰ পিতৃক জিম্মাত লোৱা হৈছে।

গুৰুগ্ৰাম আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে ৰাধিকাৰ ৰিল বনোৱাৰ অভ্যাসত ৰাধিকাৰ পিতৃয়ে অতিশয় খং কৰিছিল। ৰাধিকাই বহু ৰিল বনাই ছচিয়েল মিডিয়াত আপলোড কৰিছিল। এই বিষয়টোক লৈ ৰাধিকাৰ পিতৃয়ে কন্যাৰ ওপৰত ক্ৰোধাম্বিত হৈ আছিল, শেষত আজি ক্ৰোধৰ ওপৰত সম্বৰণ কৰিব নোৱাৰি ৫ জাঁই গুলিৰে গুলীয়াই হত্যা কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাধিকাৰ পিতৃক। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ৰাধিকাৰ পিতৃয়ে যি ৰিভলভাৰেৰে হত্যা কৰিছিল সেই ৰিভলভাৰটোও জব্দ কৰিছে।

২০০০ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাধিকা যাদৱ এগৰাকী প্ৰতিভাসম্পন্ন টেনিছ খেলুৱৈ আছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৰাধিকাই। tenniskhelo.com ৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনত ডাবলছ টেনিছ খেলুৱৈৰ ক্ষেত্ৰত ৰাধিকাৰ ৰেংকিং আছিল ১১৩। আই টি এফ ডাবলছৰ শীৰ্ষ ২০০ ৰ ভিতৰত এইটোৱেই আছিল ৰাধিকাৰ শ্ৰেষ্ঠ ৰেংকিং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Radhika YadavTennish Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

April 8, 2026
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ
জীৱনশৈলী

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

April 8, 2026
Next Post
কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ

কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ

৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.