• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

5 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

1 hour ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

4 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

5 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

6 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

6 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

7 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

7 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

8 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

editor by editor
August 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিত বিশেষ যোগ তৈয়াৰ হয় যিয়ে ১২ টা ৰাশিৰ ভিতৰত ৫ ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ জ্যোতিষশাস্ত্ৰত মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হলে ভাগ্য সকলো সময়তে কাষত থাকে৷ আৰু মঙলৰ অৱস্থান যদি অশুভ হয় তেতিয়া জীৱনত উন্নতিৰ পথত বাধা আহে৷

অন্যহাতে বৈদিক জ্যোতিষশাস্ত্ৰত শনিৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ শনিয়ে প্ৰতি আঢ়ৈ বছৰত ৰাশি পৰিবৰ্তন কৰে৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ শনিদেৱৰ প্ৰায় ৩০ বছৰ সময় লাগে৷

আগন্তুক ৯ আগষ্টত শনি আৰু মঙলে এটাই আনটোৰ ১৮০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ শনি আৰু মঙল এই দুই গ্ৰহই এটাই আনটোৰ পৰা ১৮০ ডিগ্ৰী কোণত থাকিলে প্ৰতিযুতি দৃষ্টি যোগ তৈয়াৰ হয়৷ এই শক্তিশালী যোগে জীৱনত স্থায়ী সাফল্য, সমৃদ্ধি আৰু কৰ্মৰ ফল প্ৰদান কৰে৷ দুই গ্ৰহৰ যুঁটিত শীঘ্ৰেই সৌভাগ্য়ৰ দুৱাৰ খুলিব পাঁচ ৰাশিৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেই সকলো ৰাশিৰ জীৱন৷ আপুনিও আছেনে তালিকাত?

মেষ ৰাশি

শনি মঙলৰ প্ৰভাৱত মেষ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সদয় হব৷ শিক্ষা কিংবা গৱেষণাৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতি কৰিব৷ একাধিক শুভ যোগৰ প্ৰভাৱত আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হব পাৰে৷ পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব৷ লটাৰিৰ টিকট কাটিলে ভাল লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷

কৰ্কট ৰাশি

শীঘ্ৰেই কৰ্কট ৰাশিৰ জীৱনলৈ যোগাত্মক পৰিবৰ্তন আহিব৷ আগন্তুক কেইবাদিনৰ ভিতৰত অপূৰ্ণ ইচ্ছা পূৰণ কৰিব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা পাক্কা হব৷ চাকৰিত নতুন সুযোগ পাব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় কৰিব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

দুই গ্ৰহৰ অৱস্থান তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ সমাজত সুখ্যাতি অৰ্জন কৰিব পাৰে৷ আয় ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয় কৰিব পাৰিব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হব৷ সম্পৰ্কত ইতিবাচক পৰিবৰ্তন দেখা দিহ৷ সংগীৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

বৃশ্চিক ৰাশি

শনি মঙলৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বাঢ়িব৷ যিকোনো কামত ইতিবাচক মনোভাৱ থাকিব৷ কৰ্মক্ষেত্ৰত কামৰ পৰিবেশ অনুকূল থাকিব৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব৷ মানসিক শান্তি থাকিব৷ শৰীৰ-স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ সমাজত মান সন্মান বাঢ়িব৷

মকৰ ৰাশি

দুই গ্ৰহৰ চলনত মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন আহিব৷ এই ৰাশিৰ জীৱনত প্ৰেম, সৃজনশীলতা আৰু সন্তান সংক্ৰান্তিয় বিষয় শুভ হব পাৰে৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ সৃজনশীল কামত সাফল্য পাব৷ শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷ সিদ্ধান্ত গ্ৰহণ সহজ হব৷ বিনিয়োগৰ পক্ষে দিনটো শুভ৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.