• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

11 months ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

3 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

4 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

4 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

6 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

9 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

10 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

10 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

12 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি

editor by editor
August 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনি-মঙল যোগত ৫ৰাশিৰ জীৱনত ধনৰ বৰষুণ! দুৰন্ত গতিত কেৰিয়াৰত উন্নতি, উপচি পৰিব নাম-যশ-খ্যাতি
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিত বিশেষ যোগ তৈয়াৰ হয় যিয়ে ১২ টা ৰাশিৰ ভিতৰত ৫ ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ জ্যোতিষশাস্ত্ৰত মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হলে ভাগ্য সকলো সময়তে কাষত থাকে৷ আৰু মঙলৰ অৱস্থান যদি অশুভ হয় তেতিয়া জীৱনত উন্নতিৰ পথত বাধা আহে৷

অন্যহাতে বৈদিক জ্যোতিষশাস্ত্ৰত শনিৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ শনিয়ে প্ৰতি আঢ়ৈ বছৰত ৰাশি পৰিবৰ্তন কৰে৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ শনিদেৱৰ প্ৰায় ৩০ বছৰ সময় লাগে৷

আগন্তুক ৯ আগষ্টত শনি আৰু মঙলে এটাই আনটোৰ ১৮০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ শনি আৰু মঙল এই দুই গ্ৰহই এটাই আনটোৰ পৰা ১৮০ ডিগ্ৰী কোণত থাকিলে প্ৰতিযুতি দৃষ্টি যোগ তৈয়াৰ হয়৷ এই শক্তিশালী যোগে জীৱনত স্থায়ী সাফল্য, সমৃদ্ধি আৰু কৰ্মৰ ফল প্ৰদান কৰে৷ দুই গ্ৰহৰ যুঁটিত শীঘ্ৰেই সৌভাগ্য়ৰ দুৱাৰ খুলিব পাঁচ ৰাশিৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেই সকলো ৰাশিৰ জীৱন৷ আপুনিও আছেনে তালিকাত?

মেষ ৰাশি

শনি মঙলৰ প্ৰভাৱত মেষ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সদয় হব৷ শিক্ষা কিংবা গৱেষণাৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতি কৰিব৷ একাধিক শুভ যোগৰ প্ৰভাৱত আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হব পাৰে৷ পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব৷ লটাৰিৰ টিকট কাটিলে ভাল লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷

কৰ্কট ৰাশি

শীঘ্ৰেই কৰ্কট ৰাশিৰ জীৱনলৈ যোগাত্মক পৰিবৰ্তন আহিব৷ আগন্তুক কেইবাদিনৰ ভিতৰত অপূৰ্ণ ইচ্ছা পূৰণ কৰিব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা পাক্কা হব৷ চাকৰিত নতুন সুযোগ পাব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় কৰিব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

দুই গ্ৰহৰ অৱস্থান তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ সমাজত সুখ্যাতি অৰ্জন কৰিব পাৰে৷ আয় ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয় কৰিব পাৰিব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হব৷ সম্পৰ্কত ইতিবাচক পৰিবৰ্তন দেখা দিহ৷ সংগীৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

বৃশ্চিক ৰাশি

শনি মঙলৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বাঢ়িব৷ যিকোনো কামত ইতিবাচক মনোভাৱ থাকিব৷ কৰ্মক্ষেত্ৰত কামৰ পৰিবেশ অনুকূল থাকিব৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব৷ মানসিক শান্তি থাকিব৷ শৰীৰ-স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ সমাজত মান সন্মান বাঢ়িব৷

মকৰ ৰাশি

দুই গ্ৰহৰ চলনত মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন আহিব৷ এই ৰাশিৰ জীৱনত প্ৰেম, সৃজনশীলতা আৰু সন্তান সংক্ৰান্তিয় বিষয় শুভ হব পাৰে৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ সৃজনশীল কামত সাফল্য পাব৷ শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷ সিদ্ধান্ত গ্ৰহণ সহজ হব৷ বিনিয়োগৰ পক্ষে দিনটো শুভ৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
বিনোদন

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

July 7, 2026
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!
জীৱনশৈলী

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

July 7, 2026
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প
বাণিজ্য

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

July 7, 2026
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
বিনোদন

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

July 7, 2026
Next Post
শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.