• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

12 months ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

3 minutes ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

1 hour ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

2 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

2 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

3 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

4 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

4 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

6 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

6 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

7 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

8 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?

editor by editor
August 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শক্তি বাঢ়ি ভয়ংকৰ বিপদ আনিছে সূৰ্যই! পদে পদে নৰক জীৱন, দুৰ্ঘটনাৰ আশংকা, কোন কোন ৰাশি সতৰ্ক হৈ থাকিব?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়াবা কেতিয়াবা গ্ৰহসমূহে বিশেষ যোগ তৈয়াৰ কৰে৷ ইয়াৰ শুভ অশুভ প্ৰভাৱ পৰে শুভ অশুভ প্রভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ জ্যোতিষশাস্ত্ৰত যিকোনো গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তনো অত্যন্ত গুৰুত্বপূৰ্ণ৷ শীঘ্ৰেই সূৰ্যৰ অৱস্থান পৰিবৰ্তনে তিনি ৰাশিৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব৷

জ্যোতিষশাস্ত্ৰত সূৰ্যৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰিব৷ ৯টা গ্ৰহৰ মাজত সূৰ্যই ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই৷ সেই হিচাপে ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷

আগন্তুক ১৭ আগষ্টত সূৰ্যৰ ৰাশিচক্ৰৰ পৰিবৰ্তন ঘটিব৷ সিংহ ৰাশিলৈ গমন কৰিব গ্ৰহৰ ৰজাই৷ ১৭ ছেপ্টেম্বৰ পৰ্যন্ত সূৰ্য সিংহ ৰাশিতেই থাকিব৷ সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য৷ সিংহ ৰাশি এটা স্থিতিশীল ৰাশি, যিয়ে আত্মবিশ্বাস, নেতৃত্ব, সৃজনশীলতা আৰু প্ৰতিপত্তিক প্ৰতিনিধিত্ব কৰে৷ নিজৰ ঘৰত প্ৰৱেশ কৰি কেইবাগুণো শক্তি বাঢ়িব গ্ৰহৰাজৰ৷ সূৰ্যৰ ৰাশি পৰিবৰ্তনে কিছু ৰাশিলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে৷ কোন কোন ৰাশি সতৰ্ক নহলে বিপদত পৰিব?

কন্যা ৰাশি

সূৰ্যৰ প্ৰভাৱত কন্যা ৰাশিৰ দুঃসময় আহিব৷ এই সময়ত খং নিয়ন্ত্ৰণ কৰক৷ অন্যথা বিবাদত সোমাই পৰিব পাৰে৷ হঠাৎ কাকোৱেই দ্ৰুতভাৱে বিশ্বাস নকৰিব৷ আৰ্থিক সংকটত সোমাই পৰাৰ আশংকা আছে৷ খাদ্যভাষ ঠিক নাৰাখিলে ৰোগত ভূগিব পাৰে৷ খুব কাষৰ কোনো ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে৷ জীৱনৰ প্ৰতিটো পদত সতৰ্ক থাকক৷ আত্মবিশ্বাস দুৰ্বল থাকিব৷ কোনো ষড়যন্ত্ৰত মান সন্মানত আঘাত লাগিব পাৰে৷

মকৰ ৰাশি

গ্ৰহৰাজৰ ঘৰ সলনি কৰাত পদে পদে চেলেঞ্জৰ মুখামুখি হব মকৰ ৰাশিৰ জাতক জাতিকা৷ অসাবধান হলে অৰ্থ হেৰুৱাব পাৰে৷ অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব হেৰোৱাৰ ভয় আছে৷ কামত মনসংযোগত  ব্যাঘাত ঘটিব পাৰে৷ সামান্য কাৰণতে কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ দীৰ্ঘস্থায়ী ৰোগত ভুগিব পাৰে৷ পেটৰ সমস্যাত ভুগিব পাৰে৷ বুজি শুনি ব্যৱসায়িক সিদ্ধান্ত লওক৷

কুম্ভ ৰাশি

সূৰ্যৰ অশুভ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ভয়ংকৰ বিপদ আহিব পাৰে৷ নানান ঝামেলাত সোমাই পৰিব পাৰে কুম্ভ ৰাশিৰ লোক৷ সংগীৰ সৈতে মতবিৰোধ হব পাৰে৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বিবাহ ভঙাৰো আশংকা আছে৷ সংগীৰ সৈতে ভাৱিচিন্তি কথা পাতক৷ মুখৰ কথাৰ বাবে আফচোচ হব পাৰে৷ হাড়ৰ বিষ আৰু ছালৰ সমস্যাত ভুগিব পাৰে৷ মানসিক চাপ বাঢ়িব৷ দুৰ্ঘটনাৰ আশংকা আছে৷ নিজৰ বাহন চলাওঁতে সাবধান হওক৷ চৰকাৰী কাম ৰৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ
প্ৰযুক্তি

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

July 18, 2026
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?
জীৱনশৈলী

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

July 18, 2026
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?
জীৱনশৈলী

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

July 18, 2026
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
Next Post
ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

ধন ছেভিংছ কৰিব পৰা নাই? শীঘ্ৰেই খোলক পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট, লাভ কৰিব এইকেইটা বাম্পাৰ সুবিধা

হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত…

হোটেলৰ বন্ধ কোঠাত ৪পুৰুষৰ সৈতে বোৱাৰীয়েকৰ পাৰ্টী, আৰক্ষীৰ খবৰ দিলে শহুৰেকে, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.