• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

1 year ago
কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

7 minutes ago
বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

28 minutes ago
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

2 hours ago
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

2 hours ago
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

3 hours ago
চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

4 hours ago
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

4 hours ago
২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

5 hours ago
আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

5 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

17 hours ago
শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

17 hours ago
অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

editor by editor
August 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত পালিত হয় গণেশ চতুৰ্থী৷ পুৰাণ অনুসৰি এই তিথিতেই জন্ম হৈছিল সিদ্ধিদাতা গণেশৰ৷ গণেশৰ কৃপাত আমি সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰো৷ তেওঁ সকলো ভক্তকেই সকলো বিপদৰ পৰা ৰক্ষা কৰে৷ এই বছৰ গণেশ চতুৰ্থীত এটা দুটা নহয় মুঠ পাঁচটা শুভ যোগ থাকিব৷ এই পাঁচ মহাশুভ যোগ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ, ব্ৰহ্মা যোগ, ইন্দ্ৰ যোগ আৰু প্ৰীতি যোগ৷ জানি থওক এইসমূহ শুভ যোগৰ প্ৰভাৱত গণেশ চতুৰ্থীত গণপতি বাপ্পাৰ কৃপা পাব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

গণেশ চতুৰ্থীৰ বিশেষ শুভ ফল পাব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ যি কামতেই হাত দিব তাতেই গণপতি বাপ্পাৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত বিনিয়োগৰ পৰা আৰ্থিক লাভ হব৷ জীৱনত উন্নতি কৰাৰ নতুন সুযোগ পাব৷

কৰ্কট ৰাশি

সিদ্ধিদাতা গণেশৰ কৃপাত গণেশ চতুৰ্থীৰ পৰাই কেৰিয়াৰত উন্নতিৰ জোৱাৰ লক্ষ্য কৰিব কৰ্কট ৰাশিৰ জাতকে৷ সকলো কামতেই এই সময়ত সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ উন্নতিৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ খ্যাতি প্ৰতিপত্তি বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷

তুলা ৰাশি

গণেশ চতুৰ্থীত একাধিক শুভ যোগত জীৱনৰ সকলো ক্ষেত্ৰতেই পজিটিভ ফলাফল পাব তুলা ৰাশিৰ জাতকে৷ এই সময়ত ব্যক্তিগত জীৱনত সুখ বৰ্তি থাকিব আৰু পেছাগত জীৱনত উন্নতি কৰিব পাৰে৷ যিসকল চিংগল তেওঁলোকৰ জীৱনলৈ বিশেষ কোনোবা আহিব পাৰে৷ বিবাহৰ কথা পাক্কা হব পাৰে৷ সকলো কামতেই ভাগ্যক কাষত পাব৷ বাকী থকা কাম সম্পূৰ্ণ হব৷

মকৰ ৰাশি

গণেশ চতুৰ্থীত কোনো সুখবৰ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ দীৰ্ঘদিনৰ কোনো পাবলগীয়া ধন পাব৷ বেংক বেলেন্স বাঢ়িব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ অফিচত সহকৰ্মীসকলৰ সাহায্য পাব পাৰে৷ নিজৰ কামৰ বাবে প্ৰশংসা পাব৷

কুম্ভ ৰাশি

সিদ্ধিদাতাৰ কৃপাত গণেশ চতুৰ্থীৰ পৰা আয় বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ একাধিক নতুন সূত্ৰৰ পৰা উপাৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বিনিয়োগ কৰিলে লাভজনক ফল পাব৷ নিজৰ সৃজনশীলতা নিজেই বুজিব পাৰিব৷ সমাজত সন্মান বাঢ়িব৷ কিছু অৰ্থ সঞ্চয় কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু
ভাৰত

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

November 28, 2026
বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক
শিক্ষা

বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

November 28, 2026
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা
জীৱনশৈলী

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

November 28, 2026
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক
ৰাজনীতি

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

November 28, 2026
Next Post
এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত

এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত

কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.