• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

1 year ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

6 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

6 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

7 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

8 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

9 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

10 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

10 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

11 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

12 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

13 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

editor by editor
August 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেকটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ পাছত নিজৰ ৰাশি পৰিবৰ্তন কৰে, যাৰ ফলত বহু সময়ত আশ্চৰ্যজনক যোগ বা সংযোগ সৃষ্টি হয়৷ একাধিক গ্ৰহই যেতিয়া এক ৰাশিত একত্ৰিত হয় তেতিয়াই শুভ আৰু অশুভ উভয় প্ৰকাৰৰ যোগ গঠিত হয়৷ আসন্ন দিনত সিংহ ৰাশিত একেলগে তিনিটা প্ৰধান গ্ৰহৰ মিলন ঘটিব, যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব৷ জানি থওক কোন কোন গ্ৰহৰ মিলন হ’ব আৰু কোন কোন ৰাশিৰ ওপৰত তাৰ কি কি প্ৰভাৱ পৰিব পাৰে?

৩০ আগষ্টত সিংহ ৰাশিত ত্ৰিগ্ৰহী ৰাজযোগ গঠিত হব, যি চলিব ১৫ ছেপ্টেম্বৰ পৰ্যন্ত৷ বৰ্তমান সিংহ ৰাশিত কেতু আৰু সূৰ্যৰ অৱস্থান কৰিছে আৰু ৩০ আগষ্টত বুধেও সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত ত্ৰিগ্ৰহী ৰাজযোগ সৃষ্টি হব৷ এই বিশেষ যোগৰ ইতিবাচক প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ এই তিনি ৰাশি কি কি?

মিথুন ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগৰ প্ৰভাৱত মিথুন ৰাশিৰ ওপৰত অত্যন্ত ইতিবাচক হব৷ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ থকা কামসমূহ সম্পন্ন হব৷ আইন আদালতৰ গোচৰৰ ৰায় আপোনাৰ পক্ষে আহিব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ তৈয়াৰ হব৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য অৰ্জন কৰিব পাৰে৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ শাৰীৰিক আৰু মানসিক কষ্টৰ পৰা মুক্তি পাব৷

কৰ্কট ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগে কৰ্কট ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ মাটি, সম্পত্তি বা গাড়ী ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ নতুন বৱসায় আৰম্ভ  পৰিকল্পনা সফল হব আৰু আপোনাৰ বাবে শুভ ফল দিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব ফলত আৰ্থিক অৱস্থা আৰু শক্তিশালী হব৷ অবিবাহিতসকলৰ বিবাহ ঠিক হব পাৰে৷

কুম্ভ ৰাশি

ত্ৰিগ্ৰহী ৰাজযোগ কুম্ভ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ কাম আৰু ব্যৱসায়ত উন্নতি হব৷ সন্তানৰ পক্ষৰ পৰা সুখবৰ আহিব পাৰে৷ যিসকলে সন্তানৰ প্ৰত্যাশা কৰিছে তেওঁলোকৰ সুখৰ সংবাদ পাব পাৰে৷ ভাগ্যৰ সহায়তাত বহুদিনৰ অসম্পূৰ্ণ কাম সম্পন্ন হব৷ ভ্ৰমণৰ সম্ভাৱনা আছে যি লাভজনক হব৷ স্বাস্থ্যৰ উন্নতিও হব৷

সিংহ ৰাশিত গঠিত এই ত্ৰিগ্ৰহী ৰাজযোগ মিথুন, কৰ্কট আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে বিশেষ আশীৰ্বাদ বহন কৰিছে৷ এই সময়ত জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন লক্ষ্য কৰা যাব৷ কৰ্মক্ষেত্ৰত প্ৰমোছন, দৰমহা বৃদ্ধি বা ব্যৱসায়িক সফলতা আহিব পাৰে, আৰু ব্যক্তিগত জীৱনত মান-সন্মান, পৰিয়ালৰ সুখ শান্তি আৰু সম্পৰ্কৰ উন্নতি হব৷

ইয়াৰোপৰি শিক্ষাৰ্থী বা প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে  প্ৰস্তুত হৈ থকাসকলৰ সাফল্য অৰ্জনৰ সম্ভাৱনা আছে৷ ভ্ৰমণ, নতুন প্ৰকল্প বা বিনিয়োগৰ ক্ষেত্ৰত সুফল পাব পাৰে৷ স্বাস্থ্য আৰু মানসিক শান্তিও উন্নতিৰ দিশলৈ যাব৷ এই সময়ত ভাগ্য আপোনাৰ সৈতে থাকিব আৰু পুৰণি অমীমাংসিক কামো সম্পন্ন হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

বন্ধ হৈছে কেছলেছ ট্ৰিটমেণ্ট! বাইপাছৰ পৰা কেমোথেৰাপি, লাখ লাখ টকাৰ লেনদেন কৰিব লাগিব নগদ ধনেৰে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.