• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

7 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

7 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

8 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

9 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই বছৰ মা দুৰ্গাৰ অহা-যোৱা বাহন কি? শুভ অশুভ প্ৰভাৱ কেনেকৈ পৰিব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গাপূজা এইবাৰ আগুৱাই আহিছে৷ আগন্তুক ২৯ ছেপ্টেম্বৰত দুৰ্গাপূজাৰ সপ্তমী৷ তাৰপূৰ্বে ২১ ছেপ্টেম্বৰত মহালয়া, দেৱীপক্ষৰ আৰম্ভণি৷ দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহনক লৈ বহুকথা প্ৰচলিত আছে৷ দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ কৰা থাকে৷ হিন্দুশাস্ত্ৰ অনুসৰি, দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰি মৰ্তলোকৰ বছৰতো কেনেকৈ যাব সেয়া চোৱা হয়৷ প্ৰতিবছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয়৷ যদি কোনো বছৰত অহা যোৱাৰ বাহন একেই হয় তেতিয়া ই খুবেই অশুভ ইংগিত বহন কৰে৷ এই বছৰ দুৰ্গাৰ আগমন হব গজত আৰু প্ৰস্থান হব দোলাত৷ জানি থওক ইয়াৰ কি প্ৰভাৱ পৰিব?

দুৰ্গাৰ আগমন আৰু গমনৰ হিচাপ

পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় দশমীত৷ এই দুই দিন সপ্তাহৰ কোন কোন বাৰে পৰিছে তাৰ ওপৰতেই নিৰ্ভৰ কৰে দেৱীয়ে কিহেৰে আগমন কৰি কিহেৰে গমন কৰিব৷ শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হলে দেৱীৰ বাহন হয় গজ বা হাঁতী৷ সপ্তমী শনি বা মঙ্গলবাৰ হলে দেৱীৰ বাহন হয় ঘোঁৰা৷ সপ্তমী বৃহস্পতি বা শুকুৰবাৰ হলে দেৱীৰ বাহন হয় দোলা বা পাল্কী৷ সপ্তমী বুধবাৰ হলে দেৱীৰ বাহন হয় নৌকা৷ একেদৰে দশমী ৰবি বা সোমবাৰ হলে দেৱীৰ বাহন হয় গজ৷ দশমী শনি বা মঙ্গলবাৰ হলে দেৱীয়ে বিদায় লয় ঘোঁৰাত উঠি৷ দশমী বৃহস্পতি বা শুকুৰবাৰ হলে দেৱীৰ গমন হব দোলা বা পাল্কীত৷ আকৌ দশমী বুধবাৰ হলে নৌকাৰে কৈলাশলৈ উভতিব দেৱী৷

এইবছৰ দেৱীৰ আগমন কিহত?

এই বছৰ ২৯ ছেপ্টেম্বৰত সপ্তমী পৰিছে সোমবাৰে৷ সেয়ে দুৰ্গাৰ আগমন গজ অৰ্থাৎ হাঁতীত৷ শাস্ত্ৰমতে গজ দেৱীৰ উৎকৃষ্টতম বাহন৷ দেৱীৰ আগমন বা গমন হাঁতীত হলে মৰ্ত্যলোক ভৰি উঠিব সুখ-শান্তি-সমৃদ্ধিৰে৷ পূৰ্ণ হয় ভক্তৰ মনোবাঞ্ছা৷ পৰিশ্ৰমৰ সুফল পায় মৰ্তলোকৰ অধিবাসীগণে৷ অতিবৃষ্টি বা অনাবৃষ্টি নহয়, যিমান প্ৰয়োজন সিমানেই বৰ্ষণ হয়৷

কি বাহনেৰে উভতিব দেৱী?

আগন্তুক ২ অক্টোবৰত বৃহস্পতিবাৰ পৰিছে বিজয়া দশমী৷ মা দুৰ্গাই পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতিব দোলা অৰ্থাৎ পাল্কিত৷ ফল ‘দোলায়াং মকৰং ভৱেৎ’ অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ আৰু অতিমৃত্যুৰ লক্ষণ৷ দোলা বা পাল্কিত সূচিয় হয় ভয়ংকৰ মহামাৰী৷ যাৰ ফলত প্ৰাণহানী অনিবাৰ্য৷

দুৰ্গাৰ অন্য বাহনসমূহৰ তাৎপৰ্য

দুৰ্গা যদি ঘোঁৰাত আহে বা বিদায় লয় তেতিয়া ‘ছত্ৰ ভংগ স্তৰঙ্গমে’ অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায়৷ ইয়াৰ ফলত ৰজাই ৰজাই বা ৰাষ্ট্ৰই ৰাষ্ট্ৰই যুদ্ধ সূচিত হয়৷ সামাজিক আৰু ৰাজনৈতিকস্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে৷ এক কথাত ছত্ৰভঙ্গম৷ দেৱীৰ অহা বা যোৱা যদি নৌকাত হয় তেতিয়া ‘শস্য বুদ্ধিস্তথাজলম’ অৰ্থাৎ প্ৰবল বন্যা বা খৰাঙে দেখা দিব পাৰে৷ নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয়৷ ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা৷ কিন্তু ইয়াৰ সৈতে বৰ্ষণ বা প্লাবনৰো আশংকা দেখা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.