• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

1 year ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

1 hour ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

2 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

2 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

2 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

3 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

3 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

5 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

6 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

7 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

7 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

editor by editor
September 20, 2025
in জীৱনশৈলী
0
যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?
0
SHARES
836
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যোৰহাটত হ’ব লাগে জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া৷ সজোৰে সামাজিক মাধ্যমত উত্থাপিত হৈছিল এই দাবী৷ তাৰপিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও বিষয়টো সন্দৰ্ভত নিজা মত ৰাখিছে৷ যদি ৰাইজ আৰু পৰিয়ালৰ লোকে বিচাৰে তেন্তে যোৰহাটতেই হ’ব জুবিনৰ অন্তেষ্টিক্ৰিয়া বুজি জনাইছে মুখ্যমন্ত্ৰীয়েও৷ শেহতীয়াকৈ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও ৰাখিছে নিজা মত৷ তেওঁ সামাজিক মাধ্যমত লিখিছে এনেদৰে-
‘যোৰহটীয়া ৰাইজৰ হৈ…
জনতাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত অনুষ্ঠিত কৰাৰ বাবে যোৰহটীয়া ৰাইজে অধীৰ আগ্ৰহেৰে আহ্বান জনাইছে। ৰাইজৰ প্ৰতিনিধিৰূপে আমিও এই আগ্ৰহৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। আজি পুৱা যোৰহাটৰ আয়ুক্তৰ লগত যোগাযোগ কৰি দুটা স্থান শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰিছোঁ। অলপ সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়েও যোৰহটীয়া ৰাইজৰ এই প্ৰস্তাবক বিবেচনাৰ কৰাৰ আশ্বাস দিছে। আশা কৰিছোঁ , পৰিয়ালৰ সন্মতি সাপেক্ষে জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত সম্পন্ন কৰিবলৈ পালে, আমি বাধিত হ’ম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
Next Post
জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

ইণ্ডিয়ান টাইম অনুসৰি নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ! এয়াৰপৰ্টৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনাই চমজি ল’ব জুবিনৰ দেহ

ইণ্ডিয়ান টাইম অনুসৰি নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ! এয়াৰপৰ্টৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনাই চমজি ল’ব জুবিনৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.