• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

9 months ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

15 minutes ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

2 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

6 hours ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

6 hours ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

7 hours ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

8 hours ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

8 hours ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

9 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

10 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

editor by editor
September 21, 2025
in জীৱনশৈলী
0
বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাই জুবিনৰ আশেপাশে অন্যদিনা ছাঁৰ দৰে লাগি থকা মানুহবোৰ আজি কাষত নাই৷ জুবিনৰ কাষত আজি থিয় দি আছে জুবিনক ভগৱানৰ দৰে জ্ঞান কৰা হাজাৰ হাজাৰ অনুৰাগী৷ মাতৃভূমিত পোৱাৰ লগে লগেই ফুল সিঁচি দিয়া পথেৰে পুষ্পৰথত উঠি আগুৱাইছে জুবিনক কঢ়িয়াই অনা ক’লা কফিন৷ কফিনত আৱদ্ধ আজি সংগীত, কফিনত আৱদ্ধ আজি সেই খেয়ালী জুবিন৷ মই মুক্ত বুলি জুবিন আৰু ওলাই নাহে কফিন ভাঙি৷ অন্যদিনাৰ দৰে আজি জুবিনৰ কাষত নাই তেওঁৰ মেনেজাৰ, নাই বন্ধু শেখৰ৷ হাঁহি হাঁহি একেলগে ওলাই যোৱা এজনো বন্ধু আজি জুবিনৰ কাষত নাই৷ জুবিনে অকলশৰেই ক’লা কফিনত ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিল৷ দিল্লীৰ পৰা পুৰণি বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে মাতৃভূমি অসম পালেহি৷

বৃহস্পতিবাৰৰ নিশালৈকে শেখৰ গোস্বামী, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ সৈতে একেলগে হাঁহি হাঁহি ছিংগাপুৰত সময় কটাইছিল প্ৰিয় শিল্পী জুবিনে৷ কিন্তু ছিংগাপুৰৰ পৰা অকলে উভতি আহিল জুবিন৷ লগত নাহিল তেওঁৰ আশে পাশে থকা এজনো বন্ধু৷ কিন্তু কিয় আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

ছিংগাপুৰ আৰক্ষীয়ে সোধপোছ কৰি তেওঁলোকক এৰি দিছে যদিও প্ৰয়োজনত তেওঁলোকক আকৌ মতা হ’ব বুলিও জনাইছে ছিংগাপুৰ আৰক্ষীয়ে৷ কিন্তু সোধপোছ শেষ হলেও নিৰাপত্তাজনিত কাৰণতেই অসমলৈ বা ভাৰতলৈ আহিব পৰা নাই শেখৰ, সন্দীপন আৰু সিদ্ধাৰ্থ বুলি বহু সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

July 2, 2026
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক
জীৱনশৈলী

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

July 2, 2026
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস
জীৱনশৈলী

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

July 2, 2026
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক
জীৱনশৈলী

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

July 2, 2026
Next Post
জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী... স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.